পল্টন বজাৰ শাখা লেখিকা সমাৰোহৰ ভাষা গৌৰৱ সপ্তাহ উদ্‌যাপন

ৰাইজৰ খবৰ ডিজিটেল, গুৱাহাটীঃ
যোৱা ইং ৮ নৱেম্বৰ তাৰিখে বিয়লি ২ বজাত পল্টন বজাৰ শাখা লেখিকা সমাৰোহ সমিতিয়ে পল্টন বজাৰস্থিত পদ্মশ্রী নলিনীবালা দেৱী উদ্যানত” শাখাৰ মাহেকীয়া বৈঠকত “ভাষা গৌৰৱ সপ্তাহ উদযাপন ” উপলক্ষ্যে এখনি অসমীয়া ভাষাৰ চৰ্চাৰ সন্দৰ্ভত আলোচনা চক্ৰ অনুষ্ঠিত কৰে। সভাত সভাপতিত্ব কৰে ড০ নবনীতা দত্ত বৰদলৈয়ে। উক্ত সভাত পল্টন বজাৰ শাখাৰ সদস্যা সকলে অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদানৰ বৃহত্তৰ অসমীয়া সমাজৰ সাংস্কৃতিক পৰিচয় সুদৃঢকৰণৰ দিশত গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে কেন্দ্ৰীয় চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰে। শেষত অসম সংগীতৰে সভা খনি সমাপ্ত কৰা হয়।

  • Related Posts

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    ১১ গৰাকী বিশিষ্ট ব্যক্তিক বঁটা প্রদান মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃ গুৱাহাটী প্ৰেছ ক্লাবত, ৮ এপ্ৰিল তাৰিখে গুৱাহাটীৰ বিশিষ্ট প্রকাশন গোষ্ঠী ‘স্বস্তিকা প্রিয়ম প্রকাশন’ৰ উদ্যোগত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ‘স্বদেশ…

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃ অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস গোলাঘাট জিলাত ২৯ আৰু ৩০ মাৰ্চ, ২০২৫ ত দুদিনীয়া কাৰ্য্যসূচীৰে ফলঙনিৰ সমাজ কল্যাণ সাংস্কৃতিক সংঘৰ প্ৰেক্ষাগৃহত…

    অন্যান্য বাতৰি

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন