ড° ৰুবী বৰালৈ সাহিত্যশ্ৰী সন্মান

ড° ৰুবী বৰালৈ সাহিত্যশ্ৰী সন্মান

#ভালখবৰ

নিউজ ডেস্ক, ৰাইজৰ খবৰ ডিজিটেলঃ দৈনিক সংবাদ আৰু দিকদৰ্শন প্ৰকাশনে ২৩ মাৰ্চ, ২০২৫ তাৰিখে ড° ৰুবী বৰাক “সাহিত্যশ্ৰী’’ সন্মান প্ৰদান কৰে৷

ড° ৰুবী বৰাৰ সন্মান প্ৰদান কৰা সময়ত৷

বোকাখাতৰ জে.ডি.এছ.জি.মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড° ৰুবী বৰাই গল্প, উপন্যাস, নাটক আৰু প্ৰবন্ধ ৰচনাৰে একনিষ্ঠভাৱে সাহিত্যৰ ক্ষেত্ৰ খনত কৰ্ষণ কৰি থকা ড° ৰুবী বৰালৈ আগবঢ়োৱা এই সাহিত্যশ্ৰী সন্মান নিশ্চিতভাৱে এক শুভবাৰ্তা৷

যোৰহাট ‘বিজ্ঞান ভৱন আৰু তাৰকা গৃহ’ত দিকদৰ্শন প্ৰকাশন আৰু দৈনিক সংবাদ গোষ্ঠীৰ উদ্যোগত আয়োজিত ‘গীত নৃত্য আৰু কবিতাৰ এদিন’ শীৰ্ষক অনুষ্ঠানটিত অসমৰ বিভিন্ন প্ৰান্তৰ বাৰ গৰাকী ব্যক্তিক বিভিন্ন শিতানত সন্মানেৰে সন্মানিত কৰাৰ লগতে ড° ৰুবী বৰাক ‘সাহিত্যশ্ৰী’ সন্মান প্ৰদান কৰে৷

ড° ৰুবী বৰালৈ ৰাইজৰ খবৰ ডিজিটেলৰ তৰফৰ পৰাও জনাইছোঁ অলেখ অভিনন্দন৷

  • Related Posts

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    দ্বিতীয় মাজুলী মহাবিদ্যালয় গ্ৰন্থমেলাত উখল মাখল মাজুলী মহাবিদ্যালয়ৰ বাকৰি মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃ দ্বিতীয় মাজুলী মহাবিদ্যালয় গ্রন্থমেলাৰ লগত সংগতি ৰাখি ৮ এপ্ৰিলত পুৱা প্রাক-প্রাথমিকৰ পৰা পঞ্চম শ্রেণীলৈ দুটা শাখাত…

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    ১১ গৰাকী বিশিষ্ট ব্যক্তিক বঁটা প্রদান মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃ গুৱাহাটী প্ৰেছ ক্লাবত, ৮ এপ্ৰিল তাৰিখে গুৱাহাটীৰ বিশিষ্ট প্রকাশন গোষ্ঠী ‘স্বস্তিকা প্রিয়ম প্রকাশন’ৰ উদ্যোগত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ‘স্বদেশ…

    অন্যান্য বাতৰি

    জানি থওক ৰঙালী বিহুত পৰম্পৰাগতভাৱে খোৱা এশ এবিধ শাকৰ নাম

    জানি থওক ৰঙালী বিহুত পৰম্পৰাগতভাৱে খোৱা এশ এবিধ শাকৰ নাম

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ