লাংকুৰি দ’ল আৰু ৰঙাগড়া দেওশাল

চৰাইদেউৰ পৰা ১৩কিঃমিঃ নামনিত লাংকুৰি দ’ল অৱস্থিত।লাংকুৰি দ’ল প্ৰাক শিৱ দ’ল আছিল।আহোম সকলে ভগৱান শিৱক লাংকুৰি বুলিছিল।চৰাইদেউ দেওশালৰ দক্ষিণ দিশত থকা টিলাটোৰ ওপৰত স্বৰ্গদেউ গদাধৰ সিংহই ১৬১৩ শকৰ আঘোণ মাহত এটা দ’ল নিৰ্মান কৰায়।বর্তমান ইয়াৰ ভগ্নাৱশেষহে আছে। স্বৰ্গদেউ চুকাফাই লাংকুৰি দেৱতাৰ পূজা-সেৱাৰ কাৰণে এই দ’ল বা দেওশাল নিৰ্ম্মাণ কৰাইছিল।
আহোম ৰাজত্ব কালৰ শেষৰ ফালে চৰাইদেউ পৰ্বতৰ পৰা লাংকুৰি দেওশাল স্থানান্তৰ কৰি আমলখি গুৰিৰ ৰঙাগড়াত প্ৰতিষ্ঠা কৰিছিল। লাকুৱা ৰেল ষ্টেচনৰ পৰা ৰঙাগড়া দেওশাললৈ ৫ কি.মি. দূৰ। আহোমসকলে এতিয়াও ১২ বছৰৰ মূৰে মূৰে এই দেওশালত পৰম্পৰা অনুসৰি উম্ফা পূজা কৰে।
বৰ্তমান প্ৰত্নতাত্বিক চৰকাৰী বিভাগে ঐতিহাসিক স্থান হিচাপে সংৰক্ষনৰ ব্যৱস্থা কৰিছে লাংকুৰি দ’লক।এই দ’লৰ ডিম্বাকৃতিৰ ভগ্নাংৱশেষ সেই স্থানতে মাটিত পোত খাই আছে।
দেশী বিদেশী পৰ্য্যটকে চাবৰ বাবে পৰ্য্যটন আৱাস গৃহ নিৰ্মান কৰি দিছিল যদিও বৰ্তমানে পৰিত্যক্ত অৱস্থাত আছে।
অসমৰ লেখতলবলবগীয়া ঐতিহাসিক স্থান চৰাইদেউ আৰু শিৱসাগৰ জিলাত সাম্ভাব্য পৰ্যটন স্থলিসমূহ আজিও যেন সম্পূৰ্ণ নহ’ল অনুভৱ হয়!!

—সঞ্জীৱ ৰাজগুৰু

  • Related Posts

    অসম গণ পৰিষদৰ কলিয়াবৰ বিধানসভা সমষ্টি সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক, বৰ্তমানৰ উপ-সভাপতি ভূপেন বৰদলৈৰ অকাল বিয়োগ

    ৰিদিপ শৰ্মা, কলিয়াবৰঃ অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ সময়ছোৱাত কলিয়াবৰত সন্মুখৰ পৰা নেতৃত্ব দিয়া, অসম গণ পৰিষদৰ কলিয়াবৰ বিধানসভা সমষ্টি সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক, বৰ্তমানৰ উপ-সভাপতি ভূপেন বৰদলৈৰ অকাল বিয়োগ। কলিয়াবৰ…

    বিশিষ্ট কণ্ঠশিল্পী ড° অণিমা চৌধুৰীলৈ লিলি দেৱী সোঁৱৰণী সাহিত্য সংস্কৃতি বঁটা

    মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃ যশস্বী কণ্ঠশিল্পী ড° অণিমা চৌধুৰলৈ আগবঢ়োৱা হয় লিলি দেৱী সোঁৱৰণী সাহিত্য-সংস্কৃতি বঁটা। মংগলবাৰে গুৱাহাটীত সংগীতাচাৰ্য লক্ষীৰাম বৰুৱা সদনত আয়োজিত বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে…

    অন্যান্য বাতৰি

    অসম গণ পৰিষদৰ কলিয়াবৰ বিধানসভা সমষ্টি সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক, বৰ্তমানৰ উপ-সভাপতি ভূপেন বৰদলৈৰ অকাল বিয়োগ

    অসম গণ পৰিষদৰ কলিয়াবৰ বিধানসভা সমষ্টি সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক, বৰ্তমানৰ উপ-সভাপতি ভূপেন বৰদলৈৰ অকাল বিয়োগ

    বিশিষ্ট কণ্ঠশিল্পী ড° অণিমা চৌধুৰীলৈ লিলি দেৱী সোঁৱৰণী সাহিত্য সংস্কৃতি বঁটা

    বিশিষ্ট কণ্ঠশিল্পী ড° অণিমা চৌধুৰীলৈ লিলি দেৱী সোঁৱৰণী সাহিত্য সংস্কৃতি বঁটা

    অসম সাহিত্য সভা, মুম্বাই স্বৰ্ণ শাখাৰ দ্বিবাৰ্ষিক অধিবেশন অনুষ্ঠিত

    অসম সাহিত্য সভা, মুম্বাই স্বৰ্ণ শাখাৰ দ্বিবাৰ্ষিক অধিবেশন অনুষ্ঠিত

    অসমৰ চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতিৰ দেহাৱসান

    অসমৰ চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতিৰ দেহাৱসান