বোকাখাতৰ চয়নিকা গন্ধীয়াৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৯১ শতাংশ
বোকাখাতৰ চয়নিকা গন্ধীয়াৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৯১ শতাংশ বেষ্ট একাডেমীয়ে বিনামূলীয়াকৈ দিছিল শিক্ষা অমৰ শৰ্মা, বোকাখাতঃ দৰিদ্ৰতা কেতিয়াও সফলতাৰ হেঙাৰ হ’ব নোৱাৰে। বুকুত অদম্য ইচ্ছা শক্তি থাকিলে অসম্ভৱ বুলি একো কথা…
চৰকাৰী আদৰ্শ মহাবিদ্যালয়, দেইথৰৰ উদ্যোগ
চৰকাৰী আদৰ্শ মহাবিদ্যালয়, দেইথৰৰ উদ্যোগ বুবুল দত্ত, বোকাখাত, ৰাইজৰ খবৰ ডিজিটেলঃ চৰকাৰী আদৰ্শ মহাবিদ্যালয় দেইথৰৰ উদ্যোগত অনলাইন শিক্ষাৰ জনপ্ৰিয় অনুষ্ঠান ই-কুঁহিপাঠ (e-kuhipath)ৰ সহযোগত ছাত্ৰ-ছাত্ৰীৰ মাজত জ্ঞান চৰ্চাৰ অনুসন্ধিৎসা সৃষ্টি তথা…
অন্ধবিশ্বাসৰ বিৰুদ্ধে অবিৰত যুঁজ দি যোৱা বিৰুবালা ৰাভাৰ দেহাৱসান
অন্ধবিশ্বাসৰ বিৰুদ্ধে অবিৰত যুঁজ দি যোৱা বিৰুবালা ৰাভাৰ দেহাৱসান। বোকাখাত, ৰাইজৰ খবৰ ডিজিটেলঃ অন্ধবিশ্বাসৰ বিৰুদ্ধে অবিৰত যুঁজ দি যোৱা বিৰুবালা ৰাভাৰ দেহাৱসান। বিগত দুই দশক ধৰি ডাইনী হত্যাৰ বিৰুদ্ধে একক…
৩১ মে’লৈকে চলিব কাজিৰঙাৰ জীপ চাফাৰী
৩১ মে’লৈকে চলিব কাজিৰঙাৰ জীপ চাফাৰী নিউজ ডেস্ক ৰিপ’ৰ্টঃ পৰ্যটকৰ বাবে সুখবৰ। অহা ৩১ মে’ পৰ্যন্ত চলিব কাজিৰঙাৰ জীপ ছাফাৰী৷ উদ্যান কৰ্তৃপক্ষই জনোৱা মতে, বাৰিষা বতৰ হোৱাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয়…
কেতিয়া হ’ব কাজিৰঙাত ফাইভ ষ্টাৰ হোটেল
কাজিৰঙাত পৰ্যটনমন্ত্ৰী জয়ন্তমল্ল বৰুৱা জুন মাহৰ পৰা আৰম্ভ হ’ব তিনিখন পঞ্চ তাৰকাযুক্ত হোটেল কাম নিউজ ডেস্ক ৰিপ’ৰ্ট, ৰাইজৰ খবৰ ডিজিটেলঃ “কাজিৰঙাত নিৰ্মাণ হ’ব তিনিখন পঞ্চ তাৰকাযুক্ত হোটেল৷ ইয়াৰে দুখন হোটেল…
কাজিৰঙাত বনৰক্ষীৰ গুলীত নিহত চোৰাং চিকাৰী
কাজিৰঙাত বনৰক্ষীৰ গুলীত নিহত চোৰাং চিকাৰী উদ্ধাৰ সজীৱ গুলীসহ ৰাইফল বুবুল দত্ত, বোকাখাত, ৰাইজৰ খবৰ ডিজিটেলঃ কাজিৰঙাত বনৰক্ষীৰ গুলীত নিহত হৈছে এজন চোৰাং চিকাৰী। আনহাতে, ঘটনাস্থলীৰ পৰা উদ্ধাৰ সজীৱ গুলীসহ…
পদূলিত বসন্তৰ কবিতাৰ আবেলি
দুকুৰি কবিৰ কবিতাত মুখৰ পদূলিত বসন্তৰ কবিতাৰ আবেলি। বোকাখাতৰ মহুৰামুখত অনুষ্ঠিত এই কবিতাৰ অনুষ্ঠানে অঞ্চলটোলৈ এক সুকীয়া বাৰ্তা কঢ়িয়াই আনিছে। নিউজ ডেস্ক ৰিপ’ৰ্টঃ গোলাঘাট জিলা কবি সন্মিলন আৰু পূৱ বোকাখাত…
বোকাখাতৰ জ্যোতিষ্মাই পোহৰাইছে চিনাকান
বোকাখাতৰ জ্যোতিষ্মাই পোহৰাইছে চিনাকান নাম তাইৰ জ্যোতিষ্মা দাস৷ জ্যোতিষ্মাৰ জ্যোতিয়ে সম্প্ৰতি পোহৰাইছে বোকাখাতৰ কুৰুৱাবাহী। একাগ্ৰতা থাকিলে অভাৱ-অনাটন যে গুৰুত্বহীন হৈ পৰে সেই কথাকে প্ৰমাণ কৰিছে কুৰুৱাবাহী চিনাকানৰ জ্যোতিষ্মাই। প্ৰকৃতাৰ্থত, শৈক্ষিক…
জনশ্ৰুতিৰ পৰা বিশ্ব ঐতিহ্যক্ষেত্ৰলৈ কাজিৰঙা
জনশ্ৰুতিৰ পৰা বিশ্ব ঐতিহ্যক্ষেত্ৰলৈ কাজিৰঙা (কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ ঘোষণা হোৱাৰ ৫০ বৰ্ষপূৰ্তি উপলক্ষে) — ধ্ৰুৱজ্যোতি সাহা কাজিৰঙা। নামেই যাৰ পৰিচয়। এটা খর্গ থকা গঁড়ক নিজৰ বুকুত স্থান দি বিশ্ব…
গণতন্ত্ৰ ৰক্ষাৰ জনাদেশ বনাম স্বৈৰতান্ত্ৰিক শাসক
সেইয়া আছিল গৌতম বুদ্ধৰ সময়ৰ বৈশালীৰ ৰাজদৰবাৰৰ এদিনৰ কথা৷ বৈশালীনৃপতি বহি আছে সিংহাসনত ৰাজদৰবাৰৰ মাজে৷ অমাত্যবৰ্গই ৰজাৰ লগত বিভিন্ন সমস্যাৰ কথা আলোচনা কৰি আছে৷ সেই সময়তে দৰবাৰত উপস্থিত থকা অৰ্ধেক…