বোকাখাতত অহা বৰ্ষৰ ২২ ৰ পৰা ২৬ মাৰ্চলৈ পাঁচ দিনীয়া ‘বোকাখাত গ্ৰন্থমেলা ২০২৫’ ৰ আয়োজন, উদযাপন সমিতি গঠন
ৰাইজৰ খবৰ ডিজিটেল, বোকাখাতঃবোকাখাতৰ বৌদ্ধিক সমাজৰ সহযোগিতাত ২০২৫ বৰ্ষৰ মাৰ্চত অনুষ্ঠিত হ’ব বোকাখাত গ্ৰন্থমেলা-২০২৫৷ ২০২৫ বৰ্ষৰ ২২ মাৰ্চৰ পৰা ২৬ মাৰ্চলৈ পাঁচদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই গ্ৰন্থমেলাৰ আজি প্ৰথমখন বৈঠক অনুষ্ঠিত…
৯ ডিচেম্বৰৰ পৰা যোৰহাটত জিলা কৃষি বিভাগৰ উদ্যোগত জিলা প্ৰশাসনৰ সহযোগত ‘কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া’ আৰম্ভ
জিতুল কুমাৰ গগৈ, যোৰহাটঃ অহা সোমবাৰৰ পৰা যোৰহাট জিলা প্ৰশাসনৰ সহযোগত জিলা কৃষি বিভাগে জিলাখনৰ কৃষকৰ নাম পঞ্জীয়নৰ বাবে ‘কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া’ (Farmers’ Registry) শীৰ্ষক এটি কাৰ্যসূচী আৰম্ভ কৰিছে। এই…
যোৰহাটত ইঞ্চিডেন্ট ৰেস্প’ঞ্চ চিষ্টেম (IRS)ৰ প্ৰশিক্ষণ সম্পন্ন
জিতুল কুমাৰ গগৈ,, যোৰহাটঃ যোৰহাটত মঙল আৰু বুধবাৰে দুদিনীয়া কাৰ্যসূচীৰে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (DDMA) আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (ASDMA) সহযোগত জিলা পৰ্যায়ৰ ইঞ্চিডেন্ট ৰেস্প’ঞ্চ চিষ্টেম (IRS)ৰ প্ৰশিক্ষণ,…
অসমৰ বিদেশী বিতাৰণ আন্দোলনৰ কৰ্মী জামালু উদ্দিন আহমেদৰ দেহাৱসান
দুখৰ দিনত মাত এষাৰো নলগালে ছাত্ৰ সন্থা বা অগপই ৰাইজৰ খবৰ ডিজিটেল, বোকাখাতঃ অসমৰ বিদেশী বিতাৰণ আন্দোলনৰ এগৰাকী ৰণুৱা বোকাখাত বৰচাপৰিৰ জামালউদ্দিন আহমেদৰ দেহাৱসান ঘটিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল…
কাজিৰঙাত সংবিধান দিৱস উদ্যাপন
কাজিৰঙা অধ্যয়ন চক্ৰৰ উদ্যোগকাজিৰঙাত সংবিধান দিৱস উদ্যাপন ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ কাজিৰঙা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত ২৬ নৱেম্বৰ তাৰিখে উদযাপন কৰা হয় সংবিধান দিৱস৷ কাজিৰঙা অধ্যয়ন চক্ৰৰ উদ্যোগত, চৰকাৰী আদৰ্শ…
ৰাজকাৰেং ৰক্ষা কৰোঁ আহক কাৰ্যসূচীৰেআহোমৰ ঐতিহাসিক শেষ ৰাজধানীৰ ৰাজকাৰেং প্রস্তাবিত ক্ষেত্রত প্ৰতিবাদ
ঐতিহাসিক শেষ ৰাজধানীৰ ৰাজকাৰেং আৰু ঐতিহাসিক কীর্তিচিহ্ন উদ্ধাৰ সমিতিৰ উদ্যোগত ৰাজকাৰেং ৰক্ষা কৰোঁ আহক কাৰ্যসূচীৰেআহোমৰ ঐতিহাসিক শেষ ৰাজধানীৰ ৰাজকাৰেং প্রস্তাবিত ক্ষেত্রত প্ৰতিবাদ জিতুল কুমাৰ গগৈ, যোৰহাটঃ আহোম ৰাজ্যৰ শেষ ৰাজধানী…
দুলীয়াজানত উত্তৰণ কবি চক্ৰৰ উদ্যোগত সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় অনুষ্ঠান চোতাল অনুষ্ঠিত
মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃ দুলীয়াজানৰ জয়ানগৰস্থিত কাঞ্চন গগৈ আৰু পুত্ৰ বিশিষ্ট সমাজ কৰ্মী ধ্ৰুৱজ্যোতি গগৈৰ বাসগৃহত ১৭ নৱেম্বৰত সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় অনুষ্ঠান চোতাল অনুষ্ঠিত হৈ যায় ।…
পুষ্পা গগৈ সোঁৱৰণী ন্যাসৰ উদ্যোগত যোৰহাটত কবিতা আবৃত্তি প্রতিযোগিতা আয়োজন
পুষ্পা গগৈ সোঁৱৰণী ন্যাসৰ উদ্যোগত যোৰহাটত কবিতা আবৃত্তি প্রতিযোগিতা আয়োজন জিতুল কুমাৰ গগৈ, যোৰহাটঃ তাই আহোম সংস্কৃতি সংৰক্ষণ আৰু শিক্ষা বিকাশ সমিতি (তাইচাব) আৰু পুষ্পা গগৈ সোঁৱৰণী ন্যাসৰ যুটীয়া উদ্যোগত…
বোকাখাত জিলা চুতীয়া জাতি সন্মিলন আৰু বোকাখাত জিলা দেউৰী-চুতীয়া সাহিত্য সভা গঠন
নিউজ ডেস্ক ৰিপ’ৰ্ট, ৰাইজৰ খবৰ ডিজিটেলঃ বোকাখাত বনগাঁৱৰ সতী সাধনী সমন্বয় ক্ষেত্রত সোমবাৰে বোকাখাতৰ ১২ খন চুতীয়া জাতি আঞ্চলিক সমিতিৰ সভাপতি/সম্পাদক আৰু শতাধিক সদস্যৰে এখন সাধাৰণ সভা আহ্বান কৰা হয়।…
অসম ৰাজ্যিক সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত, নগাঁও জিলা সমিতি আৰু বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ সহযোগত বটদ্ৰৱাত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন
ৰাজ্যৰ সাংবাদিকসকলৰ সংগঠনসমূহক একেখন মঞ্চলৈ আনি সাংবাদিকসকলৰ মৌলিক অধিকাৰ সাব্যস্ত কৰিবলৈ তথা সাংবাদিকসকলৰ সকলো সমস্যা সমাধানৰ বাবে দাবী উত্থাপন কৰি আমি প্ৰচেষ্টা হাতত লমঃ জিতু শৰ্মা ৰাজখোৱা বটদ্ৰৱাৰ পৰা মৃদুস্মিতা…