ৰাষ্ট্ৰীয় পোষণ মাহৰ অংশ হিচাপে অনুষ্ঠিত সাপ্তাহিক পোষণ বজাৰত অংশগ্ৰহণ মন্ত্ৰী অতুল বৰাৰ

ৰাইজৰ খবৰ ডিজিটেল, বোকাখাতঃ চলিত পোষণ মাহৰ লগত সংগতি ৰাখি পুষ্টিৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে গোলাঘাট পশ্চিম সংহত শিশু উন্নয়ন প্ৰকল্প, বোকাখাতৰ উদ্যোগত বোকাখাতৰ সাপজুৰি বজাৰত ৰাষ্ট্ৰীয় পোষণ মাহৰ…

ডায়েবেটিছত আক্ৰান্তৰ ভৰিৰ যতন নল’লে হ’ব পাৰে বিপদ

পঢ়ক প্ৰতি শনিবাৰে অভিজ্ঞ চিকিৎসকৰ স্বাস্থ্য বিশেষ লেখা ডায়েবেটিছত আক্ৰান্তৰ ভৰিৰ যতন নল’লে হ’ব পাৰে বিপদ — ডা° ৰূপম দাস, ডায়েবেট’ল’জিষ্ট বিশ্বত প্রতি ৩০ ছেকেণ্ডত বিভিন্ন কাৰণত এজন লোকে এখন…

সু-স্বাস্থ্যৰ বাবে সুষম আহাৰৰ লগতে এখন কিতাপৰ সমানেই প্ৰয়োজন

স্বাস্থ্য বিশেষঃ প্ৰতি শনিবাৰে অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শমূলক লেখা সু -স্বাস্থ্যৰ বাবে সুষম আহাৰৰ লগতে এখন কিতাপৰ সমানেই প্ৰয়োজন — ডা° হিতেশ বৰুৱা৮৬৩৮০৫৮৯৬৫ সুস্বাস্থ্যৰ বাবে সুষম খাদ্যৰ প্ৰয়োজন। এনে খাদ্যই স্বাস্থ্য…

নীৰৱ ঘাতক ফেটী লিভাৰ

স্বাস্থ্য বিশেষঃ প্ৰতি শনিবাৰে অভিজ্ঞ চিকিৎসকৰ দিহা-পৰামৰ্শ কেৱল ৰাইজৰ খবৰ ডিজিটেলত নীৰৱ ঘাতক ফেটী লিভাৰ — ডা: ছবুৰ উদ্দিন আহমেদ, গেষ্ট্ৰ’এন্টেৰ’ল’জিষ্টগেষ্ট্ৰোচিটী গুৱাহাটী, হাতীগাওঁ। আজিকালি প্ৰায়ভাগ লোকেই ফেটী লিভাৰৰ সমস্যাত আক্ৰান্ত।…

ধূমপান আৰু হৃদৰোগ

অভিজ্ঞ চিকিৎসকৰ দ্বাৰা প্ৰতি শনিবাৰে স্বাস্থ্য বিশেষ লেখা ধূমপান আৰু হৃদৰোগ — ডাঃ বিকাশ ৰায় দাসহৃদ শল্য বিশেষজ্ঞ চিগাৰেট সেৱন কৰিলে যিবোৰ সমস্যাৰ সৃষ্টি হয় সেইবোৰৰ ভিতৰত অন্যতম হ’ল হৃদৰোগ…

শনিবৰীয়া স্বাস্থ্য বিশেষ

শনিবৰীয়া স্বাস্থ্য বিশেষ থাইৰয়ড প্ৰতিৰোধৰ বাবে কি খাব, কি কৰিব ? —ডা° মানৱেন্দ্ৰ নায়ক, মেডিচিন বিশেষজ্ঞফোন নম্বৰঃ ৯৪৩৫১৪৪৪৭৫ থাইৰয়ড হৈছে এটি সৰু গ্রন্থি। ডিঙিত থকা এই গ্রন্থিটোৱে নিঃসৰণ কৰা হৰম’নে…

স্বাস্থ্য বিশেষ লেখাঃ প্ৰতি শনিবাৰে

দৃষ্টিশক্তি স্বাভাৱিক কৰি ৰাখিব কেনেকৈ — ডাঃ দীপক ভূঞা, জ্যেষ্ঠ চকুৰোগ বিশেষজ্ঞ৷ দৃষ্টিশক্তি স্বাভাৱিক কৰি ৰাখিবলৈ চকুজুৰি সুস্থ হৈ থাকিব লাগিব। দৃষ্টিশক্তি সঠিকভাৱে থাকিলেহে এইখন বিনন্দীয়া পৃথিবীৰ সৌন্দর্য উপভোগ কৰিব…

কনজাংটিভাইটিছ

কনজাংটিভাইটিছ — ডাঃ দীপক ভূঞা, জ্যেষ্ঠ চকুৰোগ বিশেষজ্ঞ গুৱাহাটী আই কেয়াৰ হাস্পতাল ফোনঃ ৯৯৫৪৭ ৪৭৭৩২ চকুত থকা কনজাংটিভাৰ যেতিয়া প্রদাহ হয় তেতিয়া কোৱা হয় কনজাংটিভাইটিছ। চকুৰ পতাৰ পিছফালে আৰু চকুৰ…

ছানষ্ট্ৰোকৰ পৰা পৰিত্ৰাণ পাব কেনেদৰে

ছানষ্ট্ৰোকৰ পৰা পৰিত্ৰাণ পাব কেনেদৰে — ডা° মানৱেন্দ্ৰ নায়ক জ্যেষ্ঠ মেডিচিন বিশেষজ্ঞ ৰাজ্যৰ চাৰিওফালে কেৱল গ্ৰীষ্ম প্ৰবাহৰ বাবে সকলোৱে ত্ৰাহি মধুসূদন সুঁৱৰিছে। ঠায়ে ঠায়ে পাৰাস্তম্ভ ৪৩ ডিগ্ৰী চেলচিয়াছ স্পৰ্শ কৰিছে।…

শৰীৰ ভালে ৰাখিবলৈ কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিব

শৰীৰ ভালে ৰাখিবলৈ কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিব — ডা: বিকাশ ৰাই দাস, হৃদ শল্য বিশেষজ্ঞ আজিকালি প্ৰায়ভাগ মানুহে কোনো নহয় কোনো ৰোগত আক্ৰান্ত।কিছুমান যদি শাৰীৰিক সমস্যাত আক্ৰান্ত,আন কিছুমান লোক আকৌ…

অন্যান্য বাতৰি

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন
বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা
বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ
‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন
সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা
শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস