গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

ভৱেশ কলিতা , আজাৰাঃ গুৱাহাটীত ৩ এপ্ৰিলত উপস্থিত হ’ল ক্ৰিকেটৰ প্ৰভু মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ সৈতে পত্নী অঞ্জলি টেণ্ডুলকাৰ আৰু জীয়েক ছাৰা টেণ্ডুলকাৰ সহ তেওঁলোকৰ পৰিয়াল । কালি দুপৰীয়া মুম্বাইৰ…

ছুপাৰ ডিভিজন ফুটবললৈ সাজু যোৰহাট টাউন ক্লাৱ

ক্লাৱৰ জাৰ্চী উন্মোচন জিতুল কুমাৰ গগৈ, যোৰহাট, ১১ ফেব্ৰুৱাৰীঃ যোৰহাট ষ্টেডিয়ামত চলি থকা যোৰহাট জিলা ক্ৰীড়া সন্থাৰ ছুপাৰ ডিভিজন ফুটবল লীগ প্ৰতিযোগিতাৰ লগতে বৰ্ষটোৰ বাবে বিভিন্ন প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰিব পৰাকৈ…

বিকাশ জ্যোতি বৰা অসমৰ প্ৰথমজন ফিডে ৰেটিং লাভ কৰা দৃষ্টিহীন দবা খেলুৱৈ

নিউজ ডেস্ক ৰিপ’ৰ্ট, ৰাইজৰ খবৰ ডিজিটেলঃ গুৱাহাটী দবা একাডেমীৰ প্ৰশিক্ষাৰ্থী বিকাশ জ্যোতি বৰা অসমৰ প্ৰথম জন দৃষ্টিহীন ফিডে ৰেটিং পোৱা দবা খেলুৱৈ ৰূপে পৰিগণিত হৈছে। গুৱাহাটী দবা একাডেমীৰ মুখ্য প্ৰশিক্ষক…

সপ্তম সংখ্যক অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপ সামৰণি

দিগন্ত ক্লাবৰ চেম্পিয়ন খিতাপ অৰ্জনপ্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ মহম্মদ কাইফ জিতুল কুমাৰ গগৈ, যোৰহাটঃ আজি সামৰণি পৰা অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপত বেটে বলে উজ্বলি দিগন্ত ক্লাবে চেম্পিয়ন হ’বলৈ সক্ষম হৈছে। যোৰহাট…

আমন্ত্ৰণমূলক আন্তঃক্লাব ভলীবল প্ৰতিযোগিতা সামৰণি

পুৰুষত এনাজৰী ক্লাব, মহিলাত যোৰহাট ভলীবল ক’চিং চেণ্টাৰ চেম্পিয়ন জিতুল কুমাৰ গগৈ, যোৰহাটঃ যোৰহাটৰ শংকৰপুৰ ৰাজহুৱা খেলপথাৰত এনাজৰী ক্লাবৰ সৌজন্যত আৰু শংকৰপুৰ গাঁওৰক্ষী বাহিনীৰ সহযোগত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত দিবা-নৈশ আমন্ত্ৰণমূলক…

যোৰহাটত ‘ক্ৰীড়াবন্ধু’ খেলুৱৈ সহযোগী বে-চৰকাৰী অনুষ্ঠানৰ জন্ম

জিতুল কুমাৰ গগৈ, যোৰহাটঃ খেলুৱৈ সকলৰ বাবে এটি সুখবৰ। প্ৰাণ পাব আধাতে থমকি ৰোৱা সুপ্ত প্ৰতিভাই। প্ৰতিভাৱানক সাহস দি আগুৱাই যোৱাত সহায় কৰাৰ লক্ষ্যৰে যোৰহাটৰ কেইজনমান ক্ৰীড়া সংগঠক, ক্ৰীড়া সাংবাদিকৰ…

সদৌ অসম কেৰাটে চেম্পিয়নশ্বিপত কাজিৰঙা মাৰ্শ্বিয়েল আৰ্ট একাডেমীৰ সাফল্য

ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ কাজিৰঙাৰ এক অন্যতম সমৰ কলাৰ প্ৰশিক্ষণ কেন্দ্ৰ কাজিৰঙা মাৰ্শ্বিয়েল আৰ্ট একাডেমীয়ে সদ্য সমাপ্ত সদৌ অসম কেৰাটে চেম্পিয়নশ্বিপত অঞ্চলটিলৈ আশানুৰূপ গৌৰৱ কঢ়িয়াই আনিছে৷ দেৰগাঁৱৰ খঙীয়াত সদ্য অনুষ্ঠিত…

ছিপাঝাৰৰ আন্তঃৰাষ্ট্ৰীয় ৰেটিং দবা প্ৰতিযোগিতা

কাজিৰঙাৰ সাংবাদিক ধ্ৰুৱজ্যোতি সাহালৈ বেষ্ট আসাম প্লেয়াৰৰ খিতাপ নিউজ ডেস্ক ৰিপ’ৰ্ট, ৰাইজৰ খবৰ ডিজিটেলঃছিপাঝাৰত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় ৰেটিং দবা প্ৰতিযোগিতাত কাজিৰঙাৰ জ্যেষ্ঠ সাংবাদিক তথা ৰাইজৰ খবৰ ডিজিটেলৰ পৰিচালন সম্পাদক ধ্ৰুৱজ্যোতি…

যোৰহাটত অমল বৰুৱা সোঁৱৰণী ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতা আৰম্ভ

উদ্বোধনী খেলত ইউ পি ৱাৰিয়ৰ্ছ আৰু বিদ্যুৎ পৰিষদৰ জয়লাভ জিতুল কুমাৰ গগৈ, যোৰহাটঃ যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত প্ৰয়াত অমল বৰুৱা সোঁৱৰণীত পোনপ্ৰথমবাৰৰ বাবে সন্থাৰ নিজা খেলপথাৰত আজিৰে পৰা দিবা-নৈশ…

অমল বৰুৱাৰ সোঁৱৰণীত যোৰহাটত ৩-৪ জানুৱাৰীত দিবা-নৈশ ৰাষ্ট্ৰীয় ভলীবল টুৰ্ণামেণ্ট

উদ্বোধন কৰিব প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ অভিজিৎ ভট্টাচাৰ্যই জিতুল কুমাৰ গগৈ, যোৰহাটঃ যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অসম ভলীবল সন্থাৰ প্ৰাক্তন সম্পাদক, যোৰহাট জিলা ক্ৰীড়া সন্থাৰ প্ৰাক্তন সম্পাদক, অসমৰ এগৰাকী…

অন্যান্য বাতৰি

গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ
গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন
“জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন
বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান