গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃ অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস গোলাঘাট জিলাত ২৯ আৰু ৩০ মাৰ্চ, ২০২৫ ত দুদিনীয়া কাৰ্য্যসূচীৰে ফলঙনিৰ সমাজ কল্যাণ সাংস্কৃতিক সংঘৰ প্ৰেক্ষাগৃহত…

বিশিষ্ট কণ্ঠশিল্পী ড° অণিমা চৌধুৰীলৈ লিলি দেৱী সোঁৱৰণী সাহিত্য সংস্কৃতি বঁটা

মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃ যশস্বী কণ্ঠশিল্পী ড° অণিমা চৌধুৰলৈ আগবঢ়োৱা হয় লিলি দেৱী সোঁৱৰণী সাহিত্য-সংস্কৃতি বঁটা। মংগলবাৰে গুৱাহাটীত সংগীতাচাৰ্য লক্ষীৰাম বৰুৱা সদনত আয়োজিত বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে…

অসমৰ চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতিৰ দেহাৱসান

পাৰঘাট, পূবেৰুণৰ পৰা ৰাগ-বিৰাগলৈ…! ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰলৈ এক বৃহৎ ক্ষতি মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃঅসমীয়া চলচ্চিত্ৰ জগতলৈ অভিনয় প্ৰতিভাৰে অতুলনীয় অৱদান আগবঢ়াই যোৱা মোহময়ী অভিনেত্ৰী আৰু বিশিষ্ট কণ্ঠশিল্পী শ্ৰদ্ধাৰ জ্ঞানদা…

চিত্ৰ পৰিচালক হেমচন্দ্ৰ বৰাৰ অভিনন্দন গ্ৰন্থ “জীৱন বৈভৱ” উন্মোচন

চিত্ৰ পৰিচালক হেমচন্দ্ৰ বৰাৰ অভিনন্দন গ্ৰন্থ “জীৱন বৈভৱ” উন্মোচন কথা, কবিতা, নৃত্য-গীতেৰে মুখৰ হ’ল কাজিৰঙাৰ ছেৰেনিটি পুখুৰী পাৰ ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ কাজিৰঙাৰ সমাজ জীৱনৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন…

কাজিৰঙাত পৰম্পৰাগত ‘জাহলি গীত’ৰ কৰ্মশালা

অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ কাজিৰঙা শাখাৰ আদৰণীয় পদক্ষেপ ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃসময়ৰ সোঁতত ক্ৰমাৎ হেৰাই যাবলৈ উপক্ৰম হোৱা চাহ জনগোষ্ঠীয়, আদিবাসীসকলৰ কিছু লোকাচাৰ, পৰম্পৰাগত ৰীতি-নীতি, গীত-মাত চৰ্চ্চাৰ মাজেৰে নৱপ্ৰজন্মৰ…

কাজিৰঙাত কহঁৰা সমন্বয় মহিলা সমিতিৰ উদ্যোগত সুধাকণ্ঠৰ জন্ম বাৰ্ষিকী উদযাপন

নিউজ ডেস্ক ৰিপ’ৰ্ট, ৰাইজৰ খবৰ ডিজিটেলঃ বৰ্ণাঢ্য কাৰ্যসূচীৰে কাজিৰঙাত উদযাপন কৰা হ’ল সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জন্ম দিৱস৷ কাজিৰঙাৰ কঁহৰা চাৰিআলিত কহঁৰা সমন্বয় মহিলা সমিতিৰ উদ্যোগত কালি সন্ধিয়া…

নাট্য-আখৰাৰ বাবে সাজু ৰাজলক্ষ্মী থিয়েটাৰ

নাট্য-আখৰাৰ বাবে সাজু ৰাজলক্ষ্মী থিয়েটাৰ মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ বৰ্ণিল নাট্য পৰিক্ৰমাত ন-পৰিকল্পনাৰে ২০২৪-২৫ নাট্যবৰ্ষত আত্মপ্ৰকাশ কৰিবলৈ ওলোৱা ৰাজলক্ষ্মী থিয়েটাৰে চলাইছে বিশেষ প্ৰস্তুতি। অৱশ্যে যিকোনো এখন…

বোকাখাত, কাজিৰঙাত আৰু অনলাইন মাধ্যমেৰে বিষ্ণু ৰাভা দিৱস পালন

বোকাখাত, কাজিৰঙাত আৰু অনলাইন মাধ্যমেৰে বিষ্ণু ৰাভা দিৱস পালন পুৱতি সাহিত্য সভা, কহঁৰা সমন্বয় মহিলা সমিতি, সন্মিলিত মধ্য গুৱাহাটী লেখিকা সমাৰোহ সমিতিৰ পৃথক উদ্যোগ পুৱতি সাহিত্য সভাত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা…

ভাৰতীয় গণনাট্য সংঘৰ প্ৰতিষ্ঠা দিৱস

ভাৰতীয় গণনাট্য সংঘৰ প্ৰতিষ্ঠা দিৱস ২৫ ম’ ১৯৪৩ সুব্ৰত পুৰকায়স্থ, বোকাখাতঃ ভাৰতীয় জনগণৰ মাজত সাংস্কৃতিক সচেতনতা বৃদ্ধি কৰিবলৈ ২৫ মে’ৰ দিনটোতে জন্ম হৈছিল ভাৰতীয় গণনাট্য সংঘৰ। জন্ম লাভৰ পাছতে ভাৰতৰ…

বহাগ বিহু আৰু জেতুকাৰ সম্পৰ্ক

বহাগ বিহু আৰু জেতুকাৰ এৰাব নোৱাৰা সম্পৰ্ক আছে। বিহুত লোৱা জেতুকা কেৱল সৌন্দৰ্য্যৰ বাবেই নহয়, জেতুকাৰ আছে বহু স্বাস্থ্য উপকাৰিতা গুণ। ৰঙালী বিহুত অতীজৰে পৰাই অসমীয়াই জেতুকা ব্যৱহাৰ কৰি আহিছে।…

অন্যান্য বাতৰি

গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ
গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন
“জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন
বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান