অসম ৰাজ্যিক সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত, নগাঁও জিলা সমিতি আৰু বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ সহযোগত বটদ্ৰৱাত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

ৰাজ্যৰ সাংবাদিকসকলৰ সংগঠনসমূহক একেখন মঞ্চলৈ আনি সাংবাদিকসকলৰ মৌলিক অধিকাৰ সাব্যস্ত কৰিবলৈ তথা সাংবাদিকসকলৰ সকলো সমস্যা সমাধানৰ বাবে দাবী উত্থাপন কৰি আমি প্ৰচেষ্টা হাতত লমঃ জিতু শৰ্মা ৰাজখোৱা বটদ্ৰৱাৰ পৰা মৃদুস্মিতা…

চিত্ৰ পৰিচালক হেমচন্দ্ৰ বৰাৰ অভিনন্দন গ্ৰন্থ “জীৱন বৈভৱ” উন্মোচন

চিত্ৰ পৰিচালক হেমচন্দ্ৰ বৰাৰ অভিনন্দন গ্ৰন্থ “জীৱন বৈভৱ” উন্মোচন কথা, কবিতা, নৃত্য-গীতেৰে মুখৰ হ’ল কাজিৰঙাৰ ছেৰেনিটি পুখুৰী পাৰ ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ কাজিৰঙাৰ সমাজ জীৱনৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন…

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত মৰিগাঁৱৰ জ্যেষ্ঠ সাংবাদিক নজৰুল ইছলামক সম্বৰ্ধনা

নিউজ ডেস্ক ৰিপ’ৰ্ট, ৰাইজৰ খবৰ ডিজিটেলঃ ১৬ নৱেম্বৰ৷ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সহযোগত জিলা প্ৰশাসনে অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি মৰিগাঁও জিলা প্ৰশাসনৰ তৰফৰ…

জিলা প্ৰশাসনৰ উদ্যোগত যোৰহাটত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

জিলা প্ৰশাসনৰ উদ্যোগত যোৰহাটত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপনআছুৰ উদ্যোগত সাংবাদিকক সম্বৰ্ধনা জিতুল কুমাৰ গগৈ, যোৰহাটঃ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে সমগ্ৰ দেশৰ সমান্তৰালকৈ যোৰহাটতো আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়।…

কাজিৰঙা অধ্যয়ন চক্ৰৰ উদ্যোগত বোকাখাতত উদ্‌যাপন ৰাষ্ট্ৰীয় শিক্ষা দিৱস-২০২৪

কাজিৰঙা অধ্যয়ন চক্ৰৰ উদ্যোগত বোকাখাতত উদ্‌যাপন ৰাষ্ট্ৰীয় শিক্ষা দিৱস-২০২৪ সঁচা অৰ্থত গুণগত শিক্ষাৰ আহ্বান ড° জয়ন্ত দাসৰ বোকাখাত, ১১ নৱেম্বৰঃ কেৱল সৰ্বস্তৰৰ শিক্ষাতেই সীমাবদ্ধ নাথাকি সঁচা অৰ্থত গুণগত শিক্ষাৰ আহ্বান…

কাজিৰঙাত বৰ্ণশুদ্ধি কৰ্মশালাৰে ভাষা গৌৰৱ সপ্তাহ পালন

অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ কাজিৰঙা শাখা আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সাহিত্য সভাৰ যৌথ উদ্যোগকাজিৰঙাত বৰ্ণশুদ্ধি কৰ্মশালাৰে ভাষা গৌৰৱ সপ্তাহ পালন ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ ৰাজ্যজুৰি পালন কৰা ভাষা গৌৰৱ…

যোৰহাটত ভাষা গৌৰৱ সপ্তাহৰ শুভ উদ্ধোধন

যোৰহাটত ভাষা গৌৰৱ সপ্তাহৰ শুভ উদ্ধোধন জিতুল কুমাৰ গগৈ, যোৰহাটঃ অসমীয়া ভাষা-সাহিত্যৰ পৌৰাণিক ক্ৰমধাৰাক সাৰথি কৰি অসমীয়া ভাষাক কেন্দ্ৰীয় কেবিনেটে যোৱা ৩ অক্টোবৰত ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিলে। এই ঐতিহাসিক…

নাঙল যাৰ, মাটি তাৰ শ্ল’গানেৰে জনগণক নেতৃত্ব দিয়া কমিউনিষ্ট নেতা বলো বৰাৰ দেহাৱসান

নাঙল যাৰ, মাটি তাৰ শ্ল’গানেৰে জনগণক নেতৃত্ব দিয়া কমিউনিষ্ট নেতা বলো বৰাৰ দেহাৱসান বুবুল দত্ত/নবীন দাস, ৰাইজৰ খবৰ ডিজিটেলঃ বিশিষ্ট বাওঁপন্থী নেতা বলো বৰাৰ মংগলবাৰে দেহাৱসান ঘটে। বিগত এটা মাহে…

বলো বৰালৈ লালচালাম

বলো বৰালৈ লালচালাম — গীতিৰেখা দত্ত, কাজিৰঙা, দূৰভাষঃ ৮৬৩৮৬১৭২৮৪ মানুহজনৰ নাম বলো বৰা৷ বোকাখাতৰ বৃহত্তৰ কুৰুৱাবাহী অঞ্চলৰ ব্যক্তি বলো বৰা কেৱল এটা ব্যক্তিসত্বাই নহয়৷ বলো বৰা জনগণৰ এক সবল কণ্ঠ৷…

কাজিৰঙাত পৰম্পৰাগত ‘জাহলি গীত’ৰ কৰ্মশালা

অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ কাজিৰঙা শাখাৰ আদৰণীয় পদক্ষেপ ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃসময়ৰ সোঁতত ক্ৰমাৎ হেৰাই যাবলৈ উপক্ৰম হোৱা চাহ জনগোষ্ঠীয়, আদিবাসীসকলৰ কিছু লোকাচাৰ, পৰম্পৰাগত ৰীতি-নীতি, গীত-মাত চৰ্চ্চাৰ মাজেৰে নৱপ্ৰজন্মৰ…

অন্যান্য বাতৰি

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন
বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা
বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ
‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন
সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা
শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস