পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ ২০২৫-২৭ কাৰ্যবৰ্ষৰ ১১১ জনীয়া পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সমিতি গঠন

মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃ অসম সাহিত্য সভাৰ ৰাজ্যখনৰ ভিতৰতে শক্তিশালী অংগ, অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনত বিশেষ বঁটা প্ৰাপক পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ ২০২৫-২৭ কাৰ্যবৰ্ষৰ বাবে পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সমিতি গঠন কৰি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে।

সেই অনুসৰি ২৩ মাৰ্চত গোলাঘাট জিলা মহিলা সমিতি ভৱনত আয়োজিত গাম্ভীৰ্যপূৰ্ণ শপত গ্ৰহণ অনুষ্ঠান আৰু পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিৱেশনত সংশ্লিষ্ট সকলোকে দায়িত্ব প্ৰদানৰ পত্ৰ বিতৰণ কৰা হয় । শাখাৰ সভাপতিৰ আসনত বিশিষ্ট শিক্ষাবিদ, ঐতিহ্যমণ্ডিত গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° পুতুল চন্দ্ৰ শইকীয়া,উপ-সভাপতি পদত শিক্ষয়িত্ৰী দীপা বৰা, সম্পাদক পদত দ্বিতীয় কাৰ্যকালৰ বাবে স্বাগত বৰা সৰ্বসন্মতিক্ৰমে ইতিমধ্যে নিৰ্বাচিত হৈছে। শাখাৰ সম্পাদক স্বাগতা বৰাই এক প্ৰেছ বিবৃতিযোগে প্ৰকাশ কৰামতে আগন্তুক কাৰ্যবৰ্ষৰ বাবে সহকাৰী সম্পাদক পদত তনুজ কুমাৰ মহন্ত, কোষাধ্যক্ষ পদত বিশিষ্ট সাংস্কৃতিক কৰ্মী ৰেকিব শ্বাহ,পত্ৰিকা সম্পাদক হিচাপে কবি,লেখক, শিক্ষয়িত্ৰী কুমকুম চাংমাই নিৰ্বাচিত হৈছে। শাখাৰ আন-আন উপ-সমিতি সমূহত এনেদৰে দায়িত্ব অৰ্পণ কৰা হৈছে।


সাংগঠনিক সম্পাদক হিচাপে ক্ৰমে অভিলাষ বৰা, লাকি কলিতা ফুকন, আব্দুল কাছিম, প্রমোদ বৰুৱা, ৰাজীৱ লস্কৰ, শৰৎ শইকীয়া, প্ৰশান্ত দুৱৰা, নয়নমণি গায়ন বৰা, নিপন গগৈ আৰু মানৱ গগৈক দায়িত্ব অৰ্পণ কৰা হৈছে। সেইদৰে শাখাৰ উপ-সমিতি সমূহত এনেদৰে দায়িত্ব প্ৰদান কৰা হৈছে।
প্ৰকাশন উপ-সমিতিঃ আহ্বায়ক-ভাৰ্গৱ শইকীয়া,আকাশ উপ-সমিতিঃ আহ্বায়ক জুমি দুৱৰা, কাৰ্যকৰী সভাপতি জুৰি দাস ৰাজখোৱা, উপ-সভাপতি স্বৰ্ণ হাজৰিকা, সহ-আহ্বায়ক জ্যোষ্ণা ঠাকুৰ, টুটুমণি বৰা, সদস্য ক্ৰমে মামুজ্যোতি শইকীয়া, মুনমী মহন্ত, অৰ্চনা তামুলী, ৰঞ্জু দেৱী । কুঁহি উপ-সমিতিঃ আহ্বায়ক প্ৰিন্সিপিয়া ফুকন, কাৰ্যকৰী সভাপতি নিৰু নাথ, উপ-সভাপতি জুলি শইকীয়া, মঞ্জুৰী মহন্ত, সহ-আহ্বায়ক জোনামণি তামূলী, অস্মিতা অৰ্ণালী বৰা, বিনীতা দাস, সদস্য সংগীতা তামুলী, প্ৰিয়লতা চেতিয়া । ৰামধেনু উপ-সমিতিঃ আহ্বায়ক: ভাস্কৰ বৰা, কাৰ্যকৰী সভাপতি ঊষাৰণি দেৱী, উপ-সভাপতি প্ৰিয়ংকা শইকীয়া দাস, দীপ্তি নাথ গগৈ, সহ-আহ্বায়ক চুমী বৰদলৈ ভঁৰালী, সীমা ৰাজবংশী ৰাভা, সদস্য চিৰশ্মিতা বৰা, স্মৃতিশিখা গগৈ । যুৱ সাংসদ উপ-সমিতিঃ আহ্বায়ক পল্লৱীকা বৰুৱা, কাৰ্যকৰী সভাপতি কুকি বৰা, উপ-সভাপতি মঞ্জুমণি বৰা, উম্মে জামিল, সহ আহ্বায়ক পলি পাত্ৰ, সংগীতা বৰা, সদস্য অৰ্চনা বৰা, বুলি গগৈ ।সাংস্কৃতিক উপ- সমিতিঃ আহ্বায়ক- জোনালী শইকীয়া, কাৰ্যকৰী সভাপতি- পংকজ দত্ত, উপ-সভাপতি প্ৰতিম গগৈ, গৌৰী বৰা, দীপজ্যোতি বৰা ফুকন, সহ-আহ্বায়ক ৰাহুল বৰা, নয়নমণি শৰ্মা, অৰুনা বৰা, সদস্য বিশ্বজিত কোঁৱৰ প্ৰিয়দর্শীনি দলৈ, গীতাৰ্থ গগৈ ।চাহ জনগোষ্ঠীয় ভাষা-সাহিত্য সাংস্কৃতি বিকাশ উপ-সমিতিঃআহ্বায়ক- ৰাজীৱ কৰ্মকাৰ, কাৰ্যকৰী সভাপতি মনোজ বৰুৱা, উপ-সভাপতি দিলীপ শইকীয়া, বিজিত ভূঞা, সহ- আহ্বায়ক পার্থপ্ৰতিম ৰাজপুত, সদস্য প্ৰদীপ শইকীয়া, পুলিন শইকীয়া, পদুম গগৈ ।


কবি সন্মিলন উপ-সমিতিঃ আহ্বায়ক: নৱ কুমাৰ বৰ্মন, কাৰ্যকৰী সভাপতি হেমা চৌধুৰী গগৈ, উপ-সভাপতি জুলি হাজৰিকা, নিহা হাজৰিকা, মিনাক্ষী গোহাঁই। মাতৃভাষা- ৰাজ্যভাষা প্ৰয়োগ উপ-সমিতিঃ আহ্বায়ক: সঞ্জীৱনী বৰা, কাৰ্যকৰী সভাপতি পাৰিজাত বৰুৱা, উপ-সভাপতি মন্দিৰা শইকীয়া, প্ৰতিমা বৰচেতিয়া, বৰ্ণালী বৰ্মন, সহ-আহ্বায়ক নিবেদিতা বৰুৱা নেওগ, নিৰু গগৈ, বৰ্ণালী গগৈ, শিখামণি তামুলী।প্ৰজাতীয় মৈত্ৰী বন্ধন উপ-সমিতিঃ আহ্বায়ক মণ্টু মৰাং, কাৰ্যকৰী সভাপতি প্ৰণৱ শইকীয়া, উপ- সভাপতি ভূপেন টাইড, সহ-আহ্বায়ক মনমোহন ৰাঠী। প্ৰচাৰ উপ-সমিতি আহ্বায়ক: জয়ন্ত গগৈ, কাৰ্যকৰী সভাপতি প্ৰবীণ কুমাৰ দাস, উপ-সভাপতি বিভাষ শইকীয়া, সহ-আহ্বায়ক ময়ূৰাক্ষী কলিতা , পংকজ দত্ত, সদস্য চুমী দত্ত, গৌতম ছেত্ৰী ।তথ্য প্ৰযুক্তি উপ-সমিতি আহ্বায়ক : দীপক শইকীয়া, কাৰ্যকৰী সভাপতি চন্দন কৰ্মকাৰ । সভাপতি ড°পুতুল চন্দ্ৰ শইকীয়া,ড° বিপুল চন্দ্ৰ ভূঞা,শাখাৰ প্ৰতিষ্ঠাপক,অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক দিগন্ত কুমাৰ ভূঞা, শাখাৰ উপ-সভাপতি দীপা বৰা,শাখাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি ভোগেশ্বৰী চাংমাই, শাখাৰ সহকাৰী সম্পাদক তনুজ কুমাৰ মহন্ত,কোষাধ্যক্ষ ৰেকিব শ্বাহ, জ্যেষ্ঠ সদস্য জীনা বৰুৱা ,সম্পাদক স্বাগতা বৰাক লৈ কৰ্ণধাৰ সমিতি গঠন কৰা হৈছে।

  • Related Posts

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    ভৱেশ কলিতা , আজাৰাঃ গুৱাহাটীত ৩ এপ্ৰিলত উপস্থিত হ’ল ক্ৰিকেটৰ প্ৰভু মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ সৈতে পত্নী অঞ্জলি টেণ্ডুলকাৰ আৰু জীয়েক ছাৰা টেণ্ডুলকাৰ সহ তেওঁলোকৰ পৰিয়াল । কালি দুপৰীয়া মুম্বাইৰ…

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃ অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস গোলাঘাট জিলাত ২৯ আৰু ৩০ মাৰ্চ, ২০২৫ ত দুদিনীয়া কাৰ্য্যসূচীৰে ফলঙনিৰ সমাজ কল্যাণ সাংস্কৃতিক সংঘৰ প্ৰেক্ষাগৃহত…

    অন্যান্য বাতৰি

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান