সৰ্ব্বাইবন্ধা পূজা মন্দিৰৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন

মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃ যোৱা ৩০ অক্টোবৰৰ দিনা সন্ধিয়া ৭বজাত সৰ্ব্বাইবন্ধা পূজা মন্দিৰৰ বৈঠক ঘৰত দ্বিতীয় বছৰৰ অষ্টম -নৱম (অক্টোবৰ- ২৪) সংখ্যাটোৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰে অসমৰ বিশিষ্ট চিত্ৰশিল্পী ,শিক্ষাবিদ যোৰহাটৰ চিত্ৰক’লাৰ এজন পথপ্ৰদৰ্শক শ্ৰী বিজয় চন্দ্ৰ বৰঠাকুৰ দেৱে ।

উন্মোচনী ভাষণত শ্ৰী বৰঠাকুৰে চিত্ৰ ক’লাৰ ওপৰত সুন্দৰ মন্তব্য আগবঢ়োৱাৰ লগতে সৰ্ব্বাইবন্ধা পূজা মন্দিৰে একবছৰ আঠমাহে ধাৰাবাহিক ভাবে এখন সুন্দৰ ছপা আৰু ডিজিটেল মাধ্যমত প্ৰাচীৰ পত্ৰিকা উলিয়াই অসমীয়া ভাষা সাহিত্যলৈ অলপ হলেও বৰঙণি আগবঢ়াই যোৱাৰ কথা উল্লেখ কৰি সৰ্ব্বাইবন্ধা পূজা মন্দিৰক প্ৰশংসা কৰে।

সৰ্ব্বাইবন্ধা পূজা মন্দিৰৰ সভাপতি তথা প্ৰাচীৰ পত্ৰিকাৰ সম্পাদক পবিত্ৰ বৰঠাকুৰে সঞ্চালনা কৰা উন্মোচনী অনুষ্ঠানত ক্ৰমে প্ৰাচীৰ পত্ৰিকাৰ মুখ্য উপদেষ্টা ড° শ্যামল প্ৰসাদ বৰুৱা,সম্পাদিকা ৰাজ লক্ষ্মী শৰ্মা গোস্বামী আৰু সৰ্ব্বাইবন্ধা পূজা মন্দিৰৰ যুটীয়া সম্পাদক পৰাগ প্ৰতিম বৰুৱাই এক
সুন্দৰ বক্তব্যৰে সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে ৷

  • Related Posts

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান

    ৰাইজৰ খবৰ ডিজিটেল, বোকাখাতঃ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰাম-এ যৌথভাৱে যোৱা ৩০ মাৰ্চত বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান কৰে৷…

    বোকাখাত গ্ৰন্থমেলা-২০২৫ৰ ‘কাজিৰঙা সংৰক্ষণত দাঁতিকাষৰীয়া লোকৰ ভূমিকা’ শীৰ্ষক আলোচনাত সাংবাদিক ধ্ৰুৱজ্যোতি সাহা

    জনগণৰ সুৰক্ষা অবিহনে বিশ্বৰ জনগণৰ চিনাকি নাম কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কেতিয়াও সুৰক্ষিত নহয় ৰাইজৰ খবৰ ডিজিটেল, বোকাখাতঃ ‘কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সুৰক্ষাৰ ক্ষেত্ৰত কেৱল বনবিভাগৰ লোকৰে নহয়, স্থানীয় জনগণৰো ভূমিকা অপৰিসীম৷…

    অন্যান্য বাতৰি

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন