ছাব-জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা
তন্ময় বৰুৱাৰ হেটট্ৰিকৰ সহায়ত অপ্ৰতিৰোধ্য অসম ফাইনেলতছাব-জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ ২০ ছেপ্টেম্বৰত অসম-হাৰিয়ানাৰ মাজত চূড়ান্ত খেল জিতুল কুমাৰ গগৈ, যোৰহাটঃ অসমৰ অধিনায়ক তন্ময় বৰুৱাৰ হেটট্ৰিকৰ সহায়ত অসমৰ আজি প্ৰতিযোগিতাখনত পঞ্চমটো…
অনলাইন ট্ৰেডিঙৰ ক্ষেত্ৰত চিবিআই তদন্তৰ দাবীঃ যোৰহাট জিলা কংগ্ৰেছৰ, ৰাহুল গান্ধীক অপমান কৰা বিধায়কক নিলম্বন কৰি গ্ৰেপ্তাৰ কৰকঃ যোৰহাট জিলা কংগ্ৰেছ
অনলাইন ট্ৰেডিঙৰ ক্ষেত্ৰত চিবিআই তদন্তৰ দাবীঃ যোৰহাট জিলা কংগ্ৰেছৰৰাহুল গান্ধীক অপমান কৰা বিধায়কক নিলম্বন কৰি গ্ৰেপ্তাৰ কৰকঃ যোৰহাট জিলা কংগ্ৰেছ জিতুল কুমাৰ গগৈ, যোৰহাটঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশত আজি…
বিপন্ন সময়ঃ প্ৰতি বুধবাৰে পৰিৱেশ কৰ্মী বুবুল শৰ্মাৰ নিয়মীয়া লেখা
বিপন্ন সময়ঃ প্ৰতি বুধবাৰে পৰিৱেশ কৰ্মী বুবুল শৰ্মাৰ নিয়মীয়া লেখা আন্ধাৰত উৰি ফুৰা এজাক ভোকাতুৰ বাদুলি — বুবুল শৰ্মা, পৰিৱেশ কৰ্মী৷ ত্ৰিশ বছৰীয়া মনোজ ঘামি-জামি বগাইছিল, কেৱল বগাইছিল ওপৰলৈ আৰু…
অৰ্ধ-আকাশঃ প্ৰতি মঙলবাৰে অজন্তা তালুকদাৰৰ নিয়মীয়া লেখা
অৰ্ধ-আকাশঃ প্ৰতি মঙলবাৰে অজন্তা তালুকদাৰৰ নিয়মীয়া লেখা আমাৰ সমাজ আৰু নাৰীৰ পোচাক — অজন্তা তালুকদাৰ, বোকাখাত৷ নাৰীৰ বিবিধ পোচাকৰ পয়োভৰ ভাৰতীয় সংস্কৃতিত। আধুনিক ভাৰতীয় নাৰী পাশ্চাত্যৰ পোচাকেৰেও সমৃদ্ধ। লজ্জা নিবাৰণৰ…
গীত, কবিতা আৰু নৃত্যৰে সমৃদ্ধ সদৌ অসম কবি সন্মিলন, উত্তৰ লখিমপুৰ শাখাৰ “কবি মেল” সম্পন্ন
মায়াশ্ৰী শৰ্মা, উত্তৰ লখিমপুৰঃসদৌ অসম কবি সন্মিলন উত্তৰ লখিমপুৰ শাখাৰ উদ্যোগত দেওবাৰে ৰঙাজানৰ চৰকাৰ জাতীয় বিদ্যালয়ত এখন কবি মেল অনুষ্ঠিত হয়। কবিতাক মানুহৰ প্ৰিয়তম সম্পদ হিচাপে গঢ়ি তোলা আৰু কবিতা…
ছাব-জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত অসম-ৰাজস্থান, হিমাচল-হাৰিয়ানাৰ মাজত ছেমি ফাইনেল
জিতুল কুমাৰ গগৈ, যোৰহাটঃ যোৰহাট জিলা ক্রীড়া সন্থাৰ আতিথ্যত যোৰহাট ষ্টেডিয়াম আৰু মৰিয়নী বাপুজী ষ্টেডিয়ামত চলি থকা ১৫ বছৰ অনূৰ্ধ্ব ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপ ছাব-জুনিয়ৰ বয়জ (টায়াৰ-২) প্রতিযোগিতাখনৰ আজি লীগৰ অন্তিম…
ৰাষ্ট্ৰীয় পোষণ মাহৰ অংশ হিচাপে অনুষ্ঠিত সাপ্তাহিক পোষণ বজাৰত অংশগ্ৰহণ মন্ত্ৰী অতুল বৰাৰ
ৰাইজৰ খবৰ ডিজিটেল, বোকাখাতঃ চলিত পোষণ মাহৰ লগত সংগতি ৰাখি পুষ্টিৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে গোলাঘাট পশ্চিম সংহত শিশু উন্নয়ন প্ৰকল্প, বোকাখাতৰ উদ্যোগত বোকাখাতৰ সাপজুৰি বজাৰত ৰাষ্ট্ৰীয় পোষণ মাহৰ…
সৰ্বভাৰতীয় দবা মহাসংঘৰ গুৰুত্বপূৰ্ণ সমিতিত নিযুক্ত সদৌ অসম দবা সন্থাৰ চাৰিগৰাকী বিষয়ববীয়া
ৰাইজৰ খবৰ ডিজিটেল, গুৱাহাটীঃ অসমৰ দবাপ্ৰেমী ৰাইজ তথা খেলুৱৈৰ বাবে এটা ভাল খবৰ যে সদৌ অসম দবা সন্থাৰ চাৰিগৰাকী বিষয়ববীয়াক সৰ্বভাৰতীয় দবা মহা সংঘৰ(AICF)-ৰ গুৰুত্বপূৰ্ণ সমিতিত নিযুক্ত কৰা হৈছে। এই…
সাম্প্ৰতিকঃ পঢ়ক প্ৰতি সোমবাৰে ড° জয়ন্ত দাসৰ নিয়মীয়া লেখা
সাম্প্ৰতিকঃ পঢ়ক প্ৰতি সোমবাৰে ড° জয়ন্ত দাসৰ নিয়মীয়া লেখা যোগেন, ফেইচবুকৰ ৰীল আখ্যান আৰু অকণ দাইটিৰ টুকুৰা খবৰ — ড° জয়ন্ত দাস, মুৰব্বী অধ্যাপক, ইংৰাজী বিভাগ, জে ডি এছ জি…
অপৰাজেয় আয়োজক অসম ছেমিত প্ৰৱেশ
অপৰাজেয় আয়োজক অসম ছেমিত প্ৰৱেশছাব-জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাততামিলনাডু, জম্মু-কাশ্মীৰ পইণ্ট অৰ্জনৰ লগতে উত্তৰাখণ্ড ৰাজস্থানৰ খেল ড্ৰ জিতুল কুমাৰ গগৈ, যোৰহাটঃ দেওবাৰে ধাৰাবাহিক জয়ৰ লক্ষ্যৰে লীগৰ অন্তিমখন খেলত অৱৰ্তীণ হৈ আৰম্ভণিতে…