কাজিৰঙাত কহঁৰা সমন্বয় মহিলা সমিতিৰ উদ্যোগত সুধাকণ্ঠৰ জন্ম বাৰ্ষিকী উদযাপন
নিউজ ডেস্ক ৰিপ’ৰ্ট, ৰাইজৰ খবৰ ডিজিটেলঃ বৰ্ণাঢ্য কাৰ্যসূচীৰে কাজিৰঙাত উদযাপন কৰা হ’ল সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জন্ম দিৱস৷ কাজিৰঙাৰ কঁহৰা চাৰিআলিত কহঁৰা সমন্বয় মহিলা সমিতিৰ উদ্যোগত কালি সন্ধিয়া…
পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ বাৰ্তালোচনী ‘আমাৰ গোলাঘাট’ৰ উদ্যোগত আয়োজিত সদৌ অসম মুকলি চুটিগল্প প্ৰতিযোগিতাৰ ১০ স্থানৰ ফলাফল ঘোষণা
প্ৰথম মিছামৰাৰ ববিতা বৰা, দ্বিতীয় নগাঁৱৰ প্ৰতিভা ভাগৱতী, তৃতীয় কছাৰীহাটৰ নিহা হাজৰিকা পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ বাৰ্তালোচনী ‘আমাৰ গোলাঘাট’ৰ উদ্যোগত আয়োজিত সদৌ অসম মুকলি চুটিগল্প প্ৰতিযোগিতাৰ ১০ স্থানৰ ফলাফল…
কাজিৰঙাৰ বিভিন্ন দল-সংগঠনৰে সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ আলোচনা
কাজিৰঙাৰ বিভিন্ন দল-সংগঠনৰে সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ আলোচনা কাজিৰঙাৰ সামগ্ৰিক উন্নয়নৰ বাবে বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চক আহ্বান সাংসদ তাছাৰ ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ যিসকল চৰকাৰী বিষয়াই কাজিৰঙাক নিজৰ পৈতৃক সম্পত্তিৰ…
যোৰহাটত ছাব-জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা, একেৰাহে অসমৰ দ্বিতীয়টো জয়ৰ লগতে লক্ষদ্বীপৰ পইণ্ট অৰ্জন
জিতুল কুমাৰ গগৈ, যোৰহাটঃ যোৰহাট জিলা ক্রীড়া সন্থাৰ আতিথ্যত যোৰহাট ষ্টেডিয়ামত চলি থকা ১৫ বছৰ অনূৰ্ধ্ব ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপ ছাব-জুনিয়ৰ বয়জ (টায়াৰ-২) প্রতিযোগিতাখনৰ আজি অনুষ্ঠিত হোৱা দুখন খেলৰ প্ৰথম খেলখনত…
সাম্প্ৰতিকঃ প্ৰতি সোমবাৰে ড° জয়ন্ত দাসৰ নিয়মীয়া লেখা
সাম্প্ৰতিকঃ প্ৰতি সোমবাৰে ড° জয়ন্ত দাসৰ নিয়মীয়া লেখা পৰৰ বোৱাৰীৰ লগত অবৈধ সম্পর্কৰ বিচাৰ, সাক্ষী হিচাপে অকন দাইটি, ইত্যাদি — ড° জয়ন্ত দাস, মুৰব্বী অধ্যাপক, ইংৰাজী বিভাগ, জে ডি এছ…
যোৰহাটৰ আন্তঃবিদ্যালয় সাঁতোৰ প্ৰতিযোগিতা সামৰণি
যোৰহাটৰ আন্তঃবিদ্যালয় সাঁতোৰ প্ৰতিযোগিতা সামৰণিকৃতী খেলুৱৈক এককালীন জলপানি প্রদান জিতুল কুমাৰ গগৈ, যোৰহাটঃ আজি যোৰহাট ছুইমিং ছ’চাইটিৰ উদ্যোগত যোৰহাট জলক্ৰীড়া প্রকল্পত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৩১ সংখ্যক যোৰহাট জিলা আন্তঃবিদ্যালয় বয়স…
যোৰহাটত ছাব-জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা
যোৰহাটত ছাব-জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা আৰম্ভবৃহৎ জয়েৰে অসমৰ প্ৰতিযোগিতা আৰম্ভ, তেলেংগানাৰো জয়লাভ জিতুল কুমাৰ গগৈ, যোৰহাটঃ বি চি ৰয় ফুটবল চেম্পিয়নশ্বিপ, চন ১৯৮৪। সেই চনটোতেই যোৰহাটত অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ…
বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চৰ উদ্যোগ
বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চৰ উদ্যোগ সাংসদৰ উপস্থিতিত আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস উদযাপন ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ কাজিৰঙাত অনুষ্ঠিত হ’ল আন্তঃ ৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস। বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চৰ উদ্যোগত আয়োজিত এই দিৱসৰ…
নীৰৱতাৰ সিপাৰেঃ প্ৰতি দেওবাৰে পৰিৱেশ কৰ্মী মানস প্ৰতিম দত্তৰ নিয়মীয়া লেখা
নীৰৱতাৰ সিপাৰেঃ প্ৰতি দেওবাৰে পৰিৱেশ কৰ্মী মানস প্ৰতিম দত্তৰ নিয়মীয়া লেখা অসমীয়া গীত-মাতত পখিলাৰ ৰহস্যময় জগতখন — মানস প্ৰতিম দত্ত, পৰিৱেশ কৰ্মী। চোৱাচোন পখিলাটিকেনেনো শুৱনিকেনেনো ধুনীয়া তাৰপাখি দুইখনি। কেতিয়াবা ওপৰতআকৌ…
সু-স্বাস্থ্যৰ বাবে সুষম আহাৰৰ লগতে এখন কিতাপৰ সমানেই প্ৰয়োজন
স্বাস্থ্য বিশেষঃ প্ৰতি শনিবাৰে অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শমূলক লেখা সু -স্বাস্থ্যৰ বাবে সুষম আহাৰৰ লগতে এখন কিতাপৰ সমানেই প্ৰয়োজন — ডা° হিতেশ বৰুৱা৮৬৩৮০৫৮৯৬৫ সুস্বাস্থ্যৰ বাবে সুষম খাদ্যৰ প্ৰয়োজন। এনে খাদ্যই স্বাস্থ্য…