চেৰাশালীৰ পৰা যৌৱনলৈ ‘ৰাইজৰ খবৰ’
ৰাইজৰ খবৰ জন্মৰ আঁৰৰ কাহিনী বুবুল দত্তঃ সাংবাদিক ভাতৃ সুশীল দাসৰ বিয়া। আমি বোকাখাতৰ মফচলীয় সাংবাদিক সকল বৰ যাত্ৰী।কইনাৰ ঘৰ ডিমাপুৰত। ভাতৃ সুশীলৰ দাবী আছিল,আমি বৰ যাত্ৰী ৰূপে যাবৈ লাগিব।…
‘ৰাইজৰ খবৰ’ৰ ১৯ সংখ্যক বৰ্ষপূৰ্তি সম্পন্ন
৮০ সাংবাদিকক সম্বৰ্ধনা প্ৰৱাসী ভাৰতীয় মনোৰমা দাসক ‘প্ৰজ্ঞাময়ী’ বঁটা প্ৰদান ৰাইজৰ খবৰ ডিজিটেল, বোকাখাতঃ ১৯ টা বছৰ সম্পূৰ্ণ কৰিলে ৰাইজৰ খবৰ কাকতে৷ মফচলীয় চহৰ বোকাখাতৰ পৰা প্ৰকাশিত সাপ্তাহিক বাতৰি কাকত…
বৰাকৰ বিশিষ্ট সাংবাদিক তমোজিৎ ভট্টাচাৰ্যলৈ বৰাক উপত্যকা সাংবাদিকতা বঁটা
অসম ৰাজ্যিক সাংবাদিক সন্থাৰ ঘোষণা নিউজ ডেস্ক ৰিপ’ৰ্ট, ৰাইজৰ খবৰ ডিজিটেলঃ ৰাইজৰ বিশিষ্ট সাংবাদিক তমোজিৎ ভট্টাচাৰ্যলৈ “বৰাক উপত্যকা সাংবাদিকতা বঁটা ঘোষণা কৰিছে অসম ৰাজ্যিক সাংবাদিক সন্থাই। ৰাজ্যখনৰ অন্যতম সাংবাদিক সংগঠনটোৰ…
পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিৱেশন
ৰাজনীতিয়ে বিভেদ সৃষ্টি কৰে, সংস্কৃতিয়ে সকলোকে সাৱটি লয় অধিৱেশনত ড০ বসন্ত কুমাৰ গোস্বামীসভাপতি, প্ৰধান সম্পাদক দেৱজিৎ বৰাক বিপুল সম্বৰ্দ্ধনা মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃ জনগোষ্ঠীসমূহৰ পূৰ্ণ বিকাশ হ’লেহে অসম সাহিত্য…
জননী বাৰ্তাই অতিক্ৰম কৰিলে ৩০ টা বছৰ
সৰুপথাৰত সম্পন্ন প্ৰতিষ্ঠা দিৱস নিউজ ডেস্ক ৰিপ’ৰ্ট, ৰাইজৰ খবৰ ডিজিটেলঃ দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন হ’ল সংবাদ পত্ৰ জননী বাৰ্তাৰ ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱস৷ ২০ ফেব্ৰুৱাৰীত সৰুপথাৰত অনুষ্ঠিত কাকতখনৰ এই প্ৰতিষ্ঠা দিৱস…
২ মাৰ্চত বিস্তৃত কাৰ্যসূচীৰে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশন
অংশ ল’ব নৱ-নিৰ্বাচিত সভাপতি, প্ৰধান সম্পাদকে মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃ ৰাজ্যখনৰ ভিতৰতে এক অগ্ৰণী শাখা সাহিত্য সভা , অসম সাহিত্য সভাৰ বিশেষ বঁটা প্ৰাপ্ত পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ…
নৱি মুম্বাইত কবি নীলিম কুমাৰ
মৃদুস্মিতা শৰ্মা,ৰাইজৰ খবৰ ডিজিটেলঃ যোৱা ১৩ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৬ বজাত নৱি মুম্বাইস্থিত ‘অসম ভৱন’ ত প্ৰতিষ্ঠিত কবি নীলিম কুমাৰৰ লগত ‘কবিতাৰ আড্ডা’ শীৰ্ষক এটট অনুষ্ঠান অনুষ্ঠিত হৈ যায়। উল্লেখ্য, তাৰ…
গোলাঘাট প্ৰেছ ক্লাবৰ গৌৰৱময় ৰূপালী জয়ন্তী বৰ্ষ
নুমলীগড় শোধনাগাৰৰ সহযোগত নগৰত স্বচ্ছতা অভিযান, ছাত্ৰ-ছাত্ৰীৰ মাজত সজাগতা সভা, চিত্ৰাংকন প্ৰতিযোগিতা সম্পন্ন মৃদুস্মিতা শৰ্মা,ৰাইজৰ খবৰ ডিজিটেলঃ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি গোলাঘাট প্ৰেছ ক্লাবে বৰ্ষজোৰা কৰ্মসূচী গ্ৰহণ কৰিছে।…
দাঁতি কাষৰীয়া জনগণৰ অৰ্থনৈতিক সুৰক্ষাইহে কাজিৰঙাক সুৰক্ষিত কৰিছেঃ ধ্ৰুৱজ্যোতি সাহা
বুবুল দত্ত , ৰাইজৰ খবৰ ডিজিটেলঃ কমাৰগাঁও মহাবিদ্যালয়ৰ পৰ্যটন বিভাগৰ উদ্যোগত আৰু আভ্যন্তৰীণ গুণগত মান নিশ্চিত কোষ (আই কিউ এ চি)ৰ সহযোগত বহনক্ষম পৰ্যটন, বনজ সম্পদ সংৰক্ষণ আৰু পৰ্যটন সম্বন্ধীয়…
ছুপাৰ ডিভিজন ফুটবললৈ সাজু যোৰহাট টাউন ক্লাৱ
ক্লাৱৰ জাৰ্চী উন্মোচন জিতুল কুমাৰ গগৈ, যোৰহাট, ১১ ফেব্ৰুৱাৰীঃ যোৰহাট ষ্টেডিয়ামত চলি থকা যোৰহাট জিলা ক্ৰীড়া সন্থাৰ ছুপাৰ ডিভিজন ফুটবল লীগ প্ৰতিযোগিতাৰ লগতে বৰ্ষটোৰ বাবে বিভিন্ন প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰিব পৰাকৈ…