কলিয়াবৰত পেট্ৰ’ল-ডিজেল চুৰি চক্ৰৰ পাঁচজনক গ্ৰেপ্তাৰ

কলিয়াবৰত পেট্ৰ’ল-ডিজেল চুৰি চক্ৰৰ পাঁচজনক গ্ৰেপ্তাৰ কিশোৰী কুমাৰ ডেকা, কলিয়াবৰঃ কলিয়াবৰৰ চৌদিশে নিশা তদলদাৰী আৰক্ষী বাহিনীয়ে গিজগিজাই থকা সময়তে পোহৰলৈ আহিছে তেল চুৰি চক্ৰৰ বৃহৎ কাণ্ডৰ খবৰ। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে…

জখলাবন্ধাত বিশাল প্ৰতিবাদী ৰাজহুৱা সভা

জখলাবন্ধাত বিশাল প্ৰতিবাদী ৰাজহুৱা সভা কৃষিভূমি,জলাশয় ধ্বংশৰে জৈব-বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা চৰকাৰী কু-অভিসন্ধিক ধ্বিকাৰ-গৰিহণা কলিয়াবৰ তিনিআলিৰ পৰা জখলাবন্ধা হৈ নুমলিগড়লৈ চাৰিশৰনীয়া ঘাইপথ নিৰ্মানৰ দাৱী বিভিন্ন দল-সংগঠনৰ কিশোৰী কুমাৰ ডেকা,…

কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বিৰোধিতা

জনগণৰ প্ৰতিবাদক ভেঙুচালি কৰি মুখ্যমন্ত্ৰীয়ে কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে চুক্তি স্বাক্ষৰ তাজ গ্ৰুপৰে শতাধিক ৰাইজে কঁপালে হাতীখুলি চাহ বাগিছা ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ জনগণৰ প্ৰতিবাদক ভেঙুচালি কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে…

স্বাস্থ্য বিশেষ লেখাঃ প্ৰতি শনিবাৰে

দৃষ্টিশক্তি স্বাভাৱিক কৰি ৰাখিব কেনেকৈ — ডাঃ দীপক ভূঞা, জ্যেষ্ঠ চকুৰোগ বিশেষজ্ঞ৷ দৃষ্টিশক্তি স্বাভাৱিক কৰি ৰাখিবলৈ চকুজুৰি সুস্থ হৈ থাকিব লাগিব। দৃষ্টিশক্তি সঠিকভাৱে থাকিলেহে এইখন বিনন্দীয়া পৃথিবীৰ সৌন্দর্য উপভোগ কৰিব…

বিবিধাঃ প্ৰতি শুকুৰবাৰে কুমাৰ বিভূতিৰ নিয়মীয়া লেখা

শিক্ষক হিচাপে ছাত্ৰ-ছাত্ৰীৰ প্ৰিয়ভাজন হ‌ওঁ আহক — কুমাৰ বিভূতি, নগাঁও, ফোনঃ ৯৪০১৭২৩৯৬৬ ক) খুব সুক্ষ্মভাৱে এটা কথাত গুৰুত্ব দিয়া উচিত যে শিক্ষকগৰাকীয়ে ছাত্ৰ ছাত্ৰীক কি শিকাবলৈ গৈছে আৰু কেনেকৈ শিকাবলৈ…

কথা-গল্পঃ প্ৰতি বৃহস্পতিবাৰে কবি, গল্পকাৰ মনালিছা শইকীয়াৰ নিয়মীয়া শিতান

আধাৰশিলা — মনালিছা শইকীয়া, বোকাখাত৷ গাৰ কাষেৰে তড়িৎ গতিত পাৰ হৈ যোৱা গাড়ীখনৰ শব্দত পৰিধি চক্ খাই উঠিল। তাই আপোনমনে খোজকাঢ়ি আহি আছিল। সাধাৰণতে তাই আদবাটতে ৰিক্সাখন এৰি দি এইখিনি…

গোলাঘাটত আছুৰ কৃতি ছাত্ৰ-ছাত্ৰীৰ বিশেষ অভিনন্দন অনুষ্ঠান

“কৃতি ছাত্ৰ-ছাত্ৰীসকল জাতিটোৰ গুৰি ধৰোতা হওক, শিপাডাল শক্তিশালী হ’লেহে জাতিটো শক্তিশালী হ’ব” — শংকৰ প্ৰসাদ বৰুৱা“পৃথিৱীৰ দুৱাৰ খুলি আগবাঢ়ি যোৱাৰ সময়” — মনোজ কুমাৰ গোস্বামীগাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচীৰে গোলাঘাটত আছুৰ কৃতি ছাত্ৰ-ছাত্ৰীৰ…

নয়নমণি নৃত্যাঞ্জলি কলা কেন্দ্ৰৰ সত্ৰীয়া নৃত্য কৰ্মশালাৰ সফল সামৰণি

নয়নমণি নৃত্যাঞ্জলি কলা কেন্দ্ৰৰ সত্ৰীয়া নৃত্য কৰ্মশালাৰ সফল সামৰণি গোলাঘাট, ৰাইজৰ খবৰ ডিজিটেলঃ গোলাঘাটৰ নয়নমণি নৃত্যাঞ্জলি কলা কেন্দ্ৰৰ উদ্যোগত আয়োজিত সত্ৰীয়া নৃত্য আৰু সৃষ্টিশীল নৃত্য কৰ্মশালাৰ আজি সফল সামৰণি পৰে…

সৰ্ব্বাইবন্ধা পূজা মন্দিৰৰ বাৰ্ষিক সাধাৰণ সভা

সৰ্ব্বাইবন্ধা পূজা মন্দিৰৰ বাৰ্ষিক সাধাৰণ সভা মৃদুস্মিতা শৰ্মা , ৰাইজৰ খবৰ ডিজিটেলঃ শতবৰ্ষ গৰকা যোৰহাটৰ সৰ্ব্বাইবন্ধা পূজামন্দিৰৰ বাৰ্ষিক সাধাৰণ সভাখন যোৱা ২৮ জুলাই দেওবাৰে দুপৰীয়া ৩ বজাত মন্দিৰৰ বৈঠক ঘৰত…

অকণ দাইটিৰ ‘ৰঙা’ গামোচা, কিছুমান ‘উচ্চ শিক্ষিতৰ’ আচল ৰং, ইত্যাদি

সাম্প্ৰতিকঃ প্ৰতি সোমবাৰে বিভিন্ন বিষয়ৰ ওপৰত আলোকপাতেৰে পঢ়ক ড° জয়ন্ত দাসৰ নিয়মীয়া লেখা অকণ দাইটিৰ ‘ৰঙা’ গামোচা, কিছুমান ‘উচ্চ শিক্ষিতৰ’ আচল ৰং, ইত্যাদি — ড০ জয়ন্ত দাস, মুৰব্বী অধ্যাপক, ইংৰাজী…

অন্যান্য বাতৰি

কবিতা
অসম গণ পৰিষদৰ কলিয়াবৰ বিধানসভা সমষ্টি সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক, বৰ্তমানৰ উপ-সভাপতি ভূপেন বৰদলৈৰ অকাল বিয়োগ
বিশিষ্ট কণ্ঠশিল্পী ড° অণিমা চৌধুৰীলৈ লিলি দেৱী সোঁৱৰণী সাহিত্য সংস্কৃতি বঁটা
অসম সাহিত্য সভা, মুম্বাই স্বৰ্ণ শাখাৰ দ্বিবাৰ্ষিক অধিবেশন অনুষ্ঠিত
অসমৰ চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতিৰ দেহাৱসান
১২ দিনত ৭ কোটি টকাৰ কিতাপ বিক্ৰীৰে সফল সামৰণি অসম গ্ৰন্থমেলা, গুৱাহাটীৰ