শেহতীয়া বাতৰি

যোৰহাটত ইঞ্চিডেন্ট ৰেস্প’ঞ্চ চিষ্টেম (IRS)ৰ প্ৰশিক্ষণ সম্পন্ন

জিতুল কুমাৰ গগৈ,, যোৰহাটঃ যোৰহাটত মঙল আৰু বুধবাৰে দুদিনীয়া কাৰ্যসূচীৰে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (DDMA) আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (ASDMA) সহযোগত জিলা পৰ্যায়ৰ  ইঞ্চিডেন্ট ৰেস্প’ঞ্চ চিষ্টেম (IRS)ৰ প্ৰশিক্ষণ,…

যোৰহাট জিলা আন্তঃক্লাব দেহশ্ৰী প্ৰতিযোগিতাত যোৰহাটৰ ছান হেল্থ ক্লাবৰ সফলতা

জিতুল কুমাৰ গগৈ, যোৰহাটঃ এচ’চিয়েচন অব বডি বিল্ডাৰচ্ যোৰহাটৰ উদ্যোগত এদিনীয়া কাৰ্যসূচীৰে যোৱা শণিবাৰে যোৰহাট চাৰিগাঁও কলা মন্দিৰত অনুষ্ঠিত যোৰহাট জিলা আন্তঃক্লাব দেহশ্ৰী প্রতিযোগিতাখনত যোৰহাটৰ ৰজাবাৰীস্থিত ছান হেল্থ ক্লাবৰ তিনিজন…

৬৮ সংখ্যক ৰাষ্ট্রীয় স্কুল গেমছত ৰাজ্যক প্ৰতিনিধিত্ব কৰি যোৰহাট ছুইমিং ছ’চাইটিৰ ছজন খেলুৱৈৰ পদক অর্জন

৬৮ সংখ্যক ৰাষ্ট্রীয় স্কুল গেমছত ৰাজ্যক প্ৰতিনিধিত্ব কৰি যোৰহাট ছুইমিং ছ’চাইটিৰ ছজন খেলুৱৈৰ পদক অর্জনপ্ৰয়াস গগৈয়ে অসম দলৰ হৈ একমাত্ৰ সোণৰ পদক লাভ জিতুল কুমাৰ গগৈ, যোৰহাটঃ যোৰহাটৰ সাঁতোৰ খেলুৱৈ…

অসমৰ বিদেশী বিতাৰণ আন্দোলনৰ কৰ্মী জামালু উদ্দিন আহমেদৰ দেহাৱসান

দুখৰ দিনত মাত এষাৰো নলগালে ছাত্ৰ সন্থা বা অগপই ৰাইজৰ খবৰ ডিজিটেল, বোকাখাতঃ অসমৰ বিদেশী বিতাৰণ আন্দোলনৰ এগৰাকী ৰণুৱা বোকাখাত বৰচাপৰিৰ জামালউদ্দিন আহমেদৰ দেহাৱসান ঘটিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল…

কাজিৰঙাত সংবিধান দিৱস উদ্‌যাপন

কাজিৰঙা অধ্যয়ন চক্ৰৰ উদ্যোগকাজিৰঙাত সংবিধান দিৱস উদ্‌যাপন ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ কাজিৰঙা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত ২৬ নৱেম্বৰ তাৰিখে উদযাপন কৰা হয় সংবিধান দিৱস৷ কাজিৰঙা অধ্যয়ন চক্ৰৰ উদ্যোগত, চৰকাৰী আদৰ্শ…

যোৰহাটত আন্তঃজিলা আৰু অসম ৰাজ্যিক টেবুল টেনিছ চেম্পিয়নশ্বিপ আৰম্ভ

পাঁচ শতাধিকৰো অধিক প্ৰতিযোগীৰ যোগদান জিতুল কুমাৰ গগৈ, যোৰহাটঃ আজিৰে পৰা যোৰহাট কুশল কোঁৱৰ ইনডৰ ষ্টেডিয়ামত অসম টেবুল টেনিছ সংস্থাৰ সহযোগত যোৰহাট জিলা টেবুল টেনিছ সংস্থাৰ উদ্যোগত আয়োজিত ৭২ সংখ্যক…

সংবিধান দিৱস বিশেষ

সংবিধান দিৱসৰ চিন্তাঃ সংবিধানপ্ৰদত্ত অধিকাৰ কাঢ়ি আনিব নোৱাৰিলে অচিৰেই ভিক্ষাৰী জাতিলৈ পৰিণত হ’ব অসমীয়া — ধ্ৰুৱজ্যোতি সাহা৷ ২০১৫ চনৰ পৰা প্ৰতিবছৰে ২৬ নৱেম্বৰৰ দিনটো সংবিধান দিৱস হিচাপে উদ্‌যাপন কৰি অহা…

ৰাজকাৰেং ৰক্ষা কৰোঁ আহক কাৰ্যসূচীৰেআহোমৰ ঐতিহাসিক শেষ ৰাজধানীৰ ৰাজকাৰেং প্রস্তাবিত ক্ষেত্রত প্ৰতিবাদ

ঐতিহাসিক শেষ ৰাজধানীৰ ৰাজকাৰেং আৰু ঐতিহাসিক কীর্তিচিহ্ন উদ্ধাৰ সমিতিৰ উদ্যোগত ৰাজকাৰেং ৰক্ষা কৰোঁ আহক কাৰ্যসূচীৰেআহোমৰ ঐতিহাসিক শেষ ৰাজধানীৰ ৰাজকাৰেং প্রস্তাবিত ক্ষেত্রত প্ৰতিবাদ জিতুল কুমাৰ গগৈ, যোৰহাটঃ আহোম ৰাজ্যৰ শেষ ৰাজধানী…

দুলীয়াজানত উত্তৰণ কবি চক্ৰৰ উদ্যোগত সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় অনুষ্ঠান চোতাল অনুষ্ঠিত

মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃ দুলীয়াজানৰ জয়ানগৰস্থিত কাঞ্চন গগৈ আৰু পুত্ৰ বিশিষ্ট সমাজ কৰ্মী ধ্ৰুৱজ্যোতি গগৈৰ বাসগৃহত ১৭ নৱেম্বৰত সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় অনুষ্ঠান চোতাল অনুষ্ঠিত হৈ যায় ।…

পুষ্পা গগৈ সোঁৱৰণী ন্যাসৰ উদ্যোগত যোৰহাটত কবিতা আবৃত্তি প্রতিযোগিতা আয়োজন

পুষ্পা গগৈ সোঁৱৰণী ন্যাসৰ উদ্যোগত যোৰহাটত কবিতা আবৃত্তি প্রতিযোগিতা আয়োজন জিতুল কুমাৰ গগৈ, যোৰহাটঃ তাই আহোম সংস্কৃতি সংৰক্ষণ আৰু শিক্ষা বিকাশ সমিতি (তাইচাব) আৰু পুষ্পা গগৈ সোঁৱৰণী ন্যাসৰ যুটীয়া উদ্যোগত…

অন্যান্য বাতৰি

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন
বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা
বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ
‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন
সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা
শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস