যোৰহাট সাহিত্য সভাৰ নবীন চন্দ্ৰ বৰদলৈ প্ৰেক্ষাগৃহত ড° গীতিমণি হাটীমূৰীয়াৰ কাব্যগ্ৰন্থ ‘তুমি বিচৰা বাবেই মইতো সূৰ্যমুখী হ’ব নোৱাৰোঁ’ আৰু প্ৰবন্ধ সংকলন ‘কাব্য -অনুষংগ’ শীৰ্ষক গ্ৰন্থ উন্মোচন
যোৰহাট সাহিত্য সভাৰ নবীন চন্দ্ৰ বৰদলৈ প্ৰেক্ষাগৃহত ড° গীতিমণি হাটীমূৰীয়াৰ কাব্যগ্ৰন্থ ‘তুমি বিচৰা বাবেই মইতো সূৰ্যমুখী হ’ব নোৱাৰোঁ’ আৰু প্ৰবন্ধ সংকলন ‘কাব্য -অনুষংগ’ শীৰ্ষক গ্ৰন্থ উন্মোচন জিতুল কুমাৰ গগৈ, যোৰহাটঃ…
যোৰহাট প্ৰিমিয়াৰ লীগ ক্ৰিকেট
যোৰহাট প্ৰিমিয়াৰ লীগ ক্ৰিকেটমৰিয়নি টাইটান আৰু জয়হিন্দ ৱাৰিয়ৰ্ছৰ জয়লাভ জিতুল কুমাৰ গগৈ, যোৰহাটঃ বলাৰৰ দপদপনি অব্যাহত থকা জে পি এলত কোনো এজন বেটছমেনে সফলতা লাভ কৰিবলৈ সক্ষম নোহোৱাত প্ৰতিযোগিতাখন ক্ৰমাৎ…
কথা-গল্পঃ প্ৰতি বৃহস্পতিবাৰে মনালিছা শইকীয়াৰ নিয়মীয়া লেখা
কথা-গল্পঃ প্ৰতি বৃহস্পতিবাৰে মনালিছা শইকীয়াৰ নিয়মীয়া লেখা ভোক নঙলাডাল মেৰেককৈ উঠাৰ শব্দত বাপধনে চকামকাকৈ সাৰপাই বিছনাতে বহি উমান ল’লে। কিহৰ বা শব্দ হ’ল। চোতালখনত এচোতালহৈ ধানৰ ডাঙৰিবোৰ পৰি আছে। পথাৰৰপৰা…
যোৰহাট প্ৰিমিয়াৰ লীগ ক্ৰিকেট পূৰ্ণগতিত
যোৰহাট প্ৰিমিয়াৰ লীগ ক্ৰিকেট পূৰ্ণগতিতযোৰহাট চুপাৰ জায়েন্ট আৰু যোৰহাট ফেলকনৰ জয়লাভ জিতুল কুমাৰ গগৈ, যোৰহাটঃ ক্ৰমাৎ আকষণীয় ৰূপলৈ আহিছে যোৰহাট প্ৰিমিয়াৰ লীগ প্ৰতিযোগিতাখনে। যোৰহাট ষ্টেডিয়ামত ক্ৰিকেটাৰ্ছ অব যোৰহাটৰ উদ্যোগত চলি…
সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীতত বৰলুইত
সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীতত বৰলুইত — মৃদুস্মিতা শৰ্মা, ফোনঃ ৭০০২২৫২৭৯৬ ভূপেন হাজৰিকাৰ গীতত বৰ্ণাঢ্য ৰূপত নদীয়ে আত্মপ্ৰকাশ কৰিছে। কেতিয়াবা নদীক বিষয়বস্তু হিচাপে লৈ তেখেতে গীত ৰচিছে, কেতিয়াবা পটভূমি হিচাপে, কেতিয়াবা…
সৰ্ব্বাইবন্ধা পূজা মন্দিৰৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন
মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃ যোৱা ৩০ অক্টোবৰৰ দিনা সন্ধিয়া ৭বজাত সৰ্ব্বাইবন্ধা পূজা মন্দিৰৰ বৈঠক ঘৰত দ্বিতীয় বছৰৰ অষ্টম -নৱম (অক্টোবৰ- ২৪) সংখ্যাটোৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰে অসমৰ বিশিষ্ট চিত্ৰশিল্পী ,শিক্ষাবিদ…
যোৰহাটত ভাষা গৌৰৱ সপ্তাহৰ শুভ উদ্ধোধন
যোৰহাটত ভাষা গৌৰৱ সপ্তাহৰ শুভ উদ্ধোধন জিতুল কুমাৰ গগৈ, যোৰহাটঃ অসমীয়া ভাষা-সাহিত্যৰ পৌৰাণিক ক্ৰমধাৰাক সাৰথি কৰি অসমীয়া ভাষাক কেন্দ্ৰীয় কেবিনেটে যোৱা ৩ অক্টোবৰত ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিলে। এই ঐতিহাসিক…
যোৰহাট প্ৰিমীয়াৰ লীগ ক্ৰিকেটত ইলাইট ঈগলছ আৰু যোৰহাট ফেলকনৰ জয়লাভ
যোৰহাট প্ৰিমীয়াৰ লীগ ক্ৰিকেটতইলাইট ঈগলছ আৰু যোৰহাট ফেলকনৰ জয়লাভ জিতুল কুমাৰ গগৈ, যোৰহাটঃ ক্ৰিকেটাৰ্ছ অব যোৰহাটৰ উদ্যোগত যোৰহাট ষ্টেডিয়ামত চলি থকা প্ৰথম বাৰ্ষিক যোৰহাট প্ৰিমিয়াৰ লীগ (চিজন-১) ক্ৰিকেট প্ৰতিযোগিতাখনৰ যোৱা…
বিবিধাঃ প্ৰতি শুকুৰবাৰে কুমাৰ বিভূতিৰ নিয়মীয়া লেখা
বিবিধাঃ প্ৰতি শুকুৰবাৰে কুমাৰ বিভূতিৰ নিয়মীয়া লেখা ঘড়ীটো — কুমাৰ বিভূতি, নগাওঁ৷ অফিচটোত অৱহেলিত হৈ পৰি থকা ঘড়ীটোত ডাঠ মকৰাজালেৰে আবৃত হৈ আছিল। ঘড়ীটোৰ গুৰুত্ব কাৰো বাবে নাছিল। কিমান দিন…
নাঙল যাৰ, মাটি তাৰ শ্ল’গানেৰে জনগণক নেতৃত্ব দিয়া কমিউনিষ্ট নেতা বলো বৰাৰ দেহাৱসান
নাঙল যাৰ, মাটি তাৰ শ্ল’গানেৰে জনগণক নেতৃত্ব দিয়া কমিউনিষ্ট নেতা বলো বৰাৰ দেহাৱসান বুবুল দত্ত/নবীন দাস, ৰাইজৰ খবৰ ডিজিটেলঃ বিশিষ্ট বাওঁপন্থী নেতা বলো বৰাৰ মংগলবাৰে দেহাৱসান ঘটে। বিগত এটা মাহে…