যোৰহাটত সদৌ অসম ভিত্তিত পেৰা যোগাসন ক্রীড়া প্রতিযোগিতা আয়োজন

জিতুল কুমাৰ গগৈ, যোৰহাটঃ যোৰহাট চাইন ষ্টাৰ যোগা ও মেডিটেচন চেণ্টাৰ আৰু যোৰহাট পি বি এম পি যোগা ও ফিটনেচ্ চেণ্টাৰৰ উদ্যোগত যোৰহাট শঙ্কৰদেৱ কলা কৃষ্টি গ্রৱেষণা কেন্দ্রত অহা ২০ নৱেম্বৰত এদিনীয়া কাৰ্যসূচীৰে সদৌ অসম ভিত্তিত পেৰা (দিব্যাংগ) যোগাসন ক্রীড়া প্রতিযোগিতা এখনি আয়োজন কৰিছে। অসমৰ সমূহ পেৰা খেলুৱৈক এখন মঞ্চত একটিত কৰা লগতে খেলুৱৈ সকলক উৎসাহ আৰু মনোবল বৃদ্ধি কৰাৰ লক্ষ্যৰে আয়োজন কৰা প্ৰতিযোগিতাখনি উক্ত দিনা পুৱা দহ বজাৰ পৰা আৰম্ভ হ’ব আৰু প্ৰতিযোগীসকলৰ যোগদান সম্পূৰ্ণ বিনামূলীয়া বুলি আয়োজক সমিতিয়ে লগতে জনিবলৈ দিয়ে।

  • Related Posts

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    ভৱেশ কলিতা , আজাৰাঃ গুৱাহাটীত ৩ এপ্ৰিলত উপস্থিত হ’ল ক্ৰিকেটৰ প্ৰভু মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ সৈতে পত্নী অঞ্জলি টেণ্ডুলকাৰ আৰু জীয়েক ছাৰা টেণ্ডুলকাৰ সহ তেওঁলোকৰ পৰিয়াল । কালি দুপৰীয়া মুম্বাইৰ…

    ছুপাৰ ডিভিজন ফুটবললৈ সাজু যোৰহাট টাউন ক্লাৱ

    ক্লাৱৰ জাৰ্চী উন্মোচন জিতুল কুমাৰ গগৈ, যোৰহাট, ১১ ফেব্ৰুৱাৰীঃ যোৰহাট ষ্টেডিয়ামত চলি থকা যোৰহাট জিলা ক্ৰীড়া সন্থাৰ ছুপাৰ ডিভিজন ফুটবল লীগ প্ৰতিযোগিতাৰ লগতে বৰ্ষটোৰ বাবে বিভিন্ন প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰিব পৰাকৈ…

    অন্যান্য বাতৰি

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান