কাজিৰঙাৰ বান পৰিস্থিতি

কাজিৰঙাৰ বান পৰিস্থিতি ১৭০ টাতকৈ অধিক বনশিৱিৰ এলেকা প্লাবিত গঁড় পোৱালি উদ্ধাৰ, ৰাজপথত গঁড়ৰ বিচৰণ নিউজ ডেস্ক ৰিপ’ৰ্ট, ৰাইজৰ খবৰ ডিজিটেলঃ বিগত তিনিটা দিন বৃদ্ধিৰ পাছত আজি স্থিৰ হৈছে কাজিৰঙা…

ক্ৰমাৎ জটিল পৰিস্থিতিলৈ কাজিৰঙাৰ বান

ক্ৰমাৎ জটিল পৰিস্থিতিলৈ কাজিৰঙাৰ বান উপস্থিত হ’ল মুখ্যমন্ত্ৰী / গঁড়, পহুৰ মৃত্যু / ১৬৭ টা বনশিৱিৰ জলমগ্ন, ৮ টা স্থানান্তৰ / গাড়ীৰ ওপৰত বাগৰিল গছ নিউজ ডেস্ক ৰিপ’ৰ্ট, ৰাইজৰ খবৰ…

কাজিৰঙাত বান

কাজিৰঙাত বান ৯৫ বনশিৱিৰ এলেকা প্লাবিত, ঘাইপথত যান-বাহন চলাচলত কেতবোৰ নিয়ম নিউজ ডেস্ক ৰিপ’ৰ্ট, ৰাইজৰ খবৰ ডিজিটেল,১ জুলাইঃ বিগত কেইদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ধনশিৰি নৈৰ জলস্তৰ…

নীৰৱতাৰ সিপাৰে ২ঃ পঢ়ক প্ৰতি দেওবাৰে পৰিৱেশ কৰ্মী মানস প্ৰতিম দত্তৰ নিয়মীয়া শিতান

নীৰৱতাৰ সিপাৰে ২ঃ পঢ়ক প্ৰতি দেওবাৰে পৰিৱেশ কৰ্মী মানস প্ৰতিম দত্তৰ নিয়মীয়া শিতান স্বৰাজোত্তৰ আৰু স্বাধীনতাৰ পূৰ্বৱৰ্তী কাজিৰঙা সংৰক্ষণৰ নায়কসকল — মানস প্ৰতিম দত্ত, পৰিৱেশ কৰ্মী।        …

হেড মাউত বুবুল গগৈ

মৃত্যু কেৱল মাত্ৰ এটা প্ৰাণহীন দেহেই নে? নে মৃত্যু বিভিন্ন আৱেগ-অনুভূতিৰ বাৰ্তা? কাজিৰঙাৰ বুবুল গগৈয়ে ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন ইতিহাস কঢ়িয়াই ফুৰিছিল৷ কিন্তু, এক পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটিলে বুবুল গগৈয়ে৷…

আমাক অন্তত চলিব পৰাকৈ পাৰিশ্ৰমিক দিয়ক

মুখ্যমন্ত্ৰীক কাতৰ অনুৰোধঃ আমাক অন্তত চলিব পৰাকৈ পাৰিশ্ৰমিক দিয়ক ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙা, ১৬ জুনঃ “আমি কাজিৰঙাৰ বন্যপ্ৰাণীৰ বাবে স্থায়ী বনকৰ্মী, ফ’ৰেষ্ট বেটেলিয়নৰ সমানেই কাম কৰো৷ বন্যপ্ৰাণীৰ সুৰক্ষাত থাকি আমাৰ…

কাজিৰঙাত মুখ্যমন্ত্ৰী

কাজিৰঙাত মুখ্যমন্ত্ৰী আগন্তুক বান সন্দৰ্ভত পৰ্যালোচনা সভাত অংশগ্ৰহণ সুৰক্ষাৰ বাবে নিয়োগ তিনিটা কামাণ্ডো বেটেলিয়ন কাজিৰঙাত নদী পথ সুৰক্ষাৰ বাবে দিয়া হ’ব ২০ খন মেৰাইন ইঞ্জিনযুক্ত নাও ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙা,…

কাজিৰঙালৈ মুখ্যমন্ত্ৰী

কাজিৰঙালৈ মুখ্যমন্ত্ৰী থলুৱাক উচ্ছেদ কৰা, হাতীদণ্ডী বন্ধ কৰি পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বিষয়ে কি ক’ব মুখ্যমন্ত্ৰীয়ে? কি ক’ব প্ৰকৃতিপ্ৰেমীয়ে? প্ৰকাশ শৰ্মা, গোলাঘাট, ১৪ জুনঃ ১৫ জুন শনিবাৰে কাজিৰঙালৈ আহিব মুখ্যমন্ত্ৰী ড°…

কাজিৰঙাত জৈৱ বৈচিত্ৰ দিৱস পালন

কাজিৰঙাত জৈৱ বৈচিত্ৰ দিৱস পালন ৰাইজৰ খবৰ ডিজিটেল ডেক্স, কাজিৰঙা, ২২ মে’। জৈৱ বৈচিত্ৰ সংৰক্ষণৰ এই বিশেষ দিনটোত দ্য কৰবেট ফাউণ্ডেচনৰ উদ্যোগত কাজিৰঙাত উদযাপন কৰা হয় বিশ্ব জৈৱ বৈচিত্ৰ দিৱস।…

আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ দিৱসৰ চিন্তা

আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ দিৱসৰ চিন্তা কাৰ্বি পাহাৰৰ ধ্বংসই বিপদ মাতিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ বৈচিত্ৰলৈ জয়ন্ত কুমাৰ শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃ ২২ মে’। আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ দিৱস। এই দিনটোতে চৰ্চালৈ…

অন্যান্য বাতৰি

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন
বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা
বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ
‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন
সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা
শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস