বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা
বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃবছৰৰ শেষত অসমৰ সাহিত্য জগতলৈ এক সুখবৰ । বিশিষ্ট কবি সমীৰ তাঁতীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি বঁটা । ‘ফৰিংবোৰে…
বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ
“অস্কাৰতকৈও বেছি ‘মূল্যৱান’ আইদেউ সন্দিকৈ বঁটা”— অভিনেত্রী সীমা বিশ্বাস বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ…
সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা
প্ৰচাৰ বিভাগ, সদৌ অসম কবি সন্মিলনঃ অহা ২৭, ২৮ আৰু ২৯ ডিচেম্বৰ, ২০২৪ তাৰিখৰ পৰা শিৱসাগৰ ছোৱালী কলেজৰ প্ৰাংগনত শিৱসাগৰ জিলা কবি সন্মিলন আৰু শিৱসাগৰ কবি চক্ৰৰ উদ্যোগত তথা শিৱসাগৰ…
শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস
মুকুল ফুকন, শিৱসাগৰঃ ঐতিহাসিক শিৱসাগৰ নগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত দেওবাৰে দহ সহস্ৰাধিক দিহা নামৰ শিল্পীয়ে তিনি মাহ জোৰা নেৰানেপেৰা প্ৰচেষ্টা অন্তত পৰিৱেশন কৰিলে দিহানাম। শিৱসাগৰ যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ উদ্যোগত…
সদৌ অসম কবি সন্মিলনৰ বিভিন্ন বঁটাৰ বাবে আহ্বান
প্ৰচাৰ বিভাগ, সদৌ অসম কবি সন্মিলন, যোৰহাটঃ পাদপ্ৰদীপৰ অন্ধকাৰত লুকাই থকা প্ৰতিভাসম্পন্ন কবিসকলক একেখন মঞ্চতে একত্ৰিত কৰি এক সুস্থ কাব্যিক পৰিমণ্ডল সৃষ্টি কৰাৰ মানসেৰে পৃথিৱীৰ কবি ৰাম গগৈৰ প্ৰচেষ্টাত বহুকেইগৰাকী…
হিমন্ত চৰকাৰৰ দুৰ্দশাগ্ৰস্ত অৱস্থা কাজিৰঙাৰ সংবাদমেলত উন্মোচন অখিল গগৈৰ
হিমন্ত চৰকাৰৰ দুৰ্দশাগ্ৰস্ত অৱস্থা কাজিৰঙাৰ সংবাদমেলত উন্মোচন অখিল গগৈৰ জনমূৰি আয়ৰ ক্ষেত্ৰত দেশৰ ২৫ খন ৰাজ্যৰ ভিতৰত ২২ নম্বৰত অসম ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ “যি সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাই অসমক…
কাজিৰঙাত বহিৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু
ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ ‘চৰণেহে জানে মৰণৰ ঠাই’— কাজিৰঙা ফুৰিবলৈ অকাল মৃত্যুক সাৱটিলে এগৰাকী পৰ্যটকে৷ ফুৰিবলৈ আহিছিল ঠিকেই, কিন্তু, দিল্লী নিবাসী আলোক গাৰ্গ নামৰ লোকজনৰ মৃত্যু যেন ৰৈ আছিল কাজিৰঙাত৷…
বোকাখাতত অহা বৰ্ষৰ ২২ ৰ পৰা ২৬ মাৰ্চলৈ পাঁচ দিনীয়া ‘বোকাখাত গ্ৰন্থমেলা ২০২৫’ ৰ আয়োজন, উদযাপন সমিতি গঠন
ৰাইজৰ খবৰ ডিজিটেল, বোকাখাতঃবোকাখাতৰ বৌদ্ধিক সমাজৰ সহযোগিতাত ২০২৫ বৰ্ষৰ মাৰ্চত অনুষ্ঠিত হ’ব বোকাখাত গ্ৰন্থমেলা-২০২৫৷ ২০২৫ বৰ্ষৰ ২২ মাৰ্চৰ পৰা ২৬ মাৰ্চলৈ পাঁচদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই গ্ৰন্থমেলাৰ আজি প্ৰথমখন বৈঠক অনুষ্ঠিত…
যোৰহাটত ইঞ্চিডেন্ট ৰেস্প’ঞ্চ চিষ্টেম (IRS)ৰ প্ৰশিক্ষণ সম্পন্ন
জিতুল কুমাৰ গগৈ,, যোৰহাটঃ যোৰহাটত মঙল আৰু বুধবাৰে দুদিনীয়া কাৰ্যসূচীৰে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (DDMA) আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (ASDMA) সহযোগত জিলা পৰ্যায়ৰ ইঞ্চিডেন্ট ৰেস্প’ঞ্চ চিষ্টেম (IRS)ৰ প্ৰশিক্ষণ,…
ৰাজকাৰেং ৰক্ষা কৰোঁ আহক কাৰ্যসূচীৰেআহোমৰ ঐতিহাসিক শেষ ৰাজধানীৰ ৰাজকাৰেং প্রস্তাবিত ক্ষেত্রত প্ৰতিবাদ
ঐতিহাসিক শেষ ৰাজধানীৰ ৰাজকাৰেং আৰু ঐতিহাসিক কীর্তিচিহ্ন উদ্ধাৰ সমিতিৰ উদ্যোগত ৰাজকাৰেং ৰক্ষা কৰোঁ আহক কাৰ্যসূচীৰেআহোমৰ ঐতিহাসিক শেষ ৰাজধানীৰ ৰাজকাৰেং প্রস্তাবিত ক্ষেত্রত প্ৰতিবাদ জিতুল কুমাৰ গগৈ, যোৰহাটঃ আহোম ৰাজ্যৰ শেষ ৰাজধানী…